• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এটা যুগৰ অৱসান! বহু ঐতিহাসিক জয়ৰ নায়ক ভাৰতীয় ক্ৰিকেটৰ ‘প্ৰিন্স’ চেলিম ডুৰাণীৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2023 11:29 am
প্রয়াত চেলিম ডুৰাণী। ফাইল ফটো।

প্রয়াত চেলিম ডুৰাণী। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে পুৱা ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰ চেলিম ডুৰাণীৰ পৰলোকপ্ৰাপ্তি ঘটিছে।পৰিয়ালৰ সূত্ৰই জানিব দিয়া মতে, গুজৰাটৰ জামনগৰৰ নিজ গৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। তেওঁ বৰ্ধক্যজনিত ৰোগত ভুগি আছিল।

এগৰাকী নিখুঁত বলিং অল-ৰাউণ্ডাৰ হিচাপে বছৰ বছৰ ধৰি ভাৰতীয় দলত আধিপত্য বিস্তাৰ কৰা ডুৰাণীক ‘প্ৰিন্স’ বুলি অভিহিত কৰা হৈছিল। ভাৰতৰ একাধিক ঐতিহাসিক বিজয়ৰ নায়কৰ দেহাৱসানত ভাৰতীয় ক্ৰিকেটৰ এটা যুগৰ অৱসান ঘটিল।

লগতে পঢ়ক: ৰাজনৈতিক হেঁচা! পাঁচ বছৰ হ’ল, গেঠেলা মাৰিয়েই ৰ’ল; লুই বাৰ্জাৰ গোচৰত অগ্ৰগতি নাই চিবিআইৰ

ডুৰাণী আফগানিস্তানত জন্মগ্ৰহণ কৰা একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ। ১৯৬০ চনৰ পৰা ১৯৭৩ চনলৈ সুদীৰ্ঘ ১৩টা বছৰ তেওঁ ভাৰতীয় দলৰ সদস্য আছিল। ডুৰাণী ১৯৬১-৬২ চনত কলিকতা আৰু চেন্নাই (তেতিয়াৰ মাদ্ৰাজ)ত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ অনন্য বিজয়ৰ নায়ক আছিল। খেল দুখনত তেওঁ ক্ৰমে ৮ আৰু ১০টা উইকেট দখল কৰিছিল। ইডেনত তেওঁ বেটেৰেও প্ৰয়োজনীয় ৪৩ ৰান সংগ্ৰহ কৰিছিল।

Easily one of the most colourful cricketers of India – Salim Durani.

Rest in Peace. ॐ शांति 🙏 pic.twitter.com/d5RUST5G9n

— Ravi Shastri (@RaviShastriOfc) April 2, 2023

ইয়াৰ এদশক পিছত প’ৰ্ট অৱ স্পেইনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঐতিহাসিক টেষ্ট জয়ৰ অন্যতম নায়ক আছিল ডুৰাণী। উল্লেখ্য, সেই শৃংখলাত ছোবাৰ্ছৰ নেতৃত্বত অদমনীয় কেৰিবিয়ান বাহিনীৰ বিৰুদ্ধে ভাৰতৰ ছিৰিজ জয় আছিল বিদেশৰ মাটিত ভাৰতৰ প্ৰথম ছিৰিজ জয়। সেই ইতিহাসৰ লগত ডুৰাণীৰ নাম ওতঃপ্ৰোতভাৱে জড়িত। তেওঁৱেই মেচখনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তত গেৰী ছোবাৰ্ছ আৰু ক্লাইভ লয়ডৰ উইকেট দখল কৰিছিল।

India’s first Arjuna Award winning cricketer and a man who hit sixes on public demand, Salim Durani.

Om Shanti. Heartfelt Condolences to his family , friends and loved ones. pic.twitter.com/DwdKamlxjy

— VVS Laxman (@VVSLaxman281) April 2, 2023

নিজৰ ২৯খন টেষ্টত ডুৰাণীৰ বেটিং গড় আছিল ২৫তকৈ অলপ বেছি। কিন্তু এই পৰিসংখ্যাবোৰ চাই ডুৰাণীৰ শক্তি বুজিব নোৱাৰি। বাওঁহতীয়া গতানুগতিক স্পিন বলিঙৰ উপৰিও তেওঁ ছিক্সাৰ মৰাৰ বাবেও পৰিচিত আছিল। তেওঁৰ কেৰিয়াৰৰ একমাত্ৰ শতকটো আছিল শক্তিশালী ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে। বহুতে সহমত প্ৰকাশ কৰে যে কপিল দেৱৰ আগমনৰ আগলৈকে ডুৰাণীয়েই আছিল ভাৰতৰ শ্ৰেষ্ঠ অল ৰাউণ্ডাৰ। কোৱা হৈছিল যে তেওঁ চাহিদা বুজি ছয় মাৰিছিল।

You have not seen that sportsperson, but you develop a great sense of admiration and wish you were lucky to see that sportsperson in action. Very rarely you become a fan boy of someone just by hearing about him/her. That is what #SalimDurani did to you. #RIP Salim Bhai.

— WV Raman (@wvraman) April 2, 2023

১৯৭৩ চনত কানপুৰত তেওঁৰ বাবে এখন পোষ্টাৰত লিখা আছিল ‘নো ডুৰাণী ন’ টেষ্ট’। এনেকুৱাই আছিল তেওঁৰ জনপ্ৰিয়তা। বলিঙেৰে তিনিবাৰকৈ এটা ইনিংছত ৫টা উইকেটো লাভ কৰে। এখন মেচত ১০ উইকেট পাইছে এবাৰ। মুঠতে তেওঁৰ নামত আছে ৭৪টা উইকেট। দেওবাৰে পুৱা ভাৰতীয় ক্ৰিকেটে হেৰুৱালে ইয়াৰ ‘প্ৰিন্স’ক। ক্ৰিকেটৰ এটা যুগৰ অৱসান ঘটিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd