• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰবীন্দ্ৰ জাদেজাক বৰ্তমান বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ ফিল্ডাৰ আখ্যা গৌতম গম্ভীৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2020 9:49 pm
R Jadeja

ৰবীন্দ্ৰ জাদেজা

752
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা বৰ্তমান বিজেপিৰ সাংসদ গৌতম গম্ভীৰে ৰবীন্দ্ৰ জাদেজাক বৰ্তমান বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ ফিল্ডাৰ আখ্যা দিছে।

গৌতম গম্ভীৰে বৰ্তমান সময়ত ৰবীন্দ্ৰ জাদেজাতকৈ কোনো ভাল ফিল্ডাৰ নাই বুলি মন্তব্য কৰে।

‘‘থ্ৰ’ কৰাৰ ক্ষেত্ৰত জাদেজাতকৈ ভাল কোনো নাই…কোনো খেলুৱৈয়ে তেওঁৰ দৰে আউটফিল্ড কভাৰ কৰিব নোৱাৰে…জাদেজাক পইণ্ট, কভাৰ, বাউণ্ডেৰী য’তে ফিল্ডিং কৰিবলৈ দিলেও তেওঁৰ দৰে সুৰক্ষিত হাত কোতো পোৱা নাযাব,’’ গম্ভীৰে লগতে কয়।

গৌতম গম্ভীৰে বৰ্তমান ভাৰতীয় দলৰ ফিল্ডিং পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে বুলিও কয়। জাদেজাৰ উপৰিও তেওঁ অধিনায়ক কোহলী, ৰোহিত শৰ্মা, মনীষ পাণ্ডে, কে এল ৰাহুলৰ ফিল্ডিঙৰ প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ পূৰ্ব অধিনায়ক মাইকেল ক্লাৰ্কেও জাদেজাক বৰ্তমান সময়ৰ আটাইতকৈ ভাল ফিল্ডাৰ আখ্যা দিছিল।

আনহাতে, ভাৰতীয় দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীয়ো এটা সাক্ষাতকাৰত বৰীন্দ্ৰ জাদেজাক নিজতকৈ ভাল ফিল্ডাৰ হিচাপে অভিহিত কৰি ভাৰতীয় দলৰ আটাইতকৈ সুৰক্ষিত হাত বুলি কয়।

Recent News

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

আমি কি এক সংকটত পতিত হৈছোঁ?

আমি কি এক সংকটত পতিত হৈছোঁ?

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd