• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অধিনায়ক হিচাপে গুৱাহাটীত আত্মপ্ৰকাশ কৰা গৌতম গম্ভীৰৰ বিজেপিত যোগদান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2019 4:35 pm
gautam-gambhir-bjp-join

বিজেপিত যোগদান গৌতম গম্ভীৰৰ। উৎস-ইণ্টাৰনেট

510
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে গুৱাহাটীত আত্মপ্ৰকশ কৰা প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৌতম গম্ভীৰে আজি আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে।

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলী আৰু ৰবি শংকৰ প্ৰসাদৰ উপস্থিতিত দলটোত যোগদান কৰি ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে ক্ৰিকেটাৰ গৰাকীয়ে। লোকসভা নিৰ্বাচনত গম্ভীৰে দিল্লীৰ কোনোবা এটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

বাওঁহতীয়া তাৰকা বেটছমেন জনে ভাৰতীয় দলক ২০১১ চনত অনুষ্ঠিত হোৱা আই চি চি বিশ্বকাপ আৰু প্ৰথমখন টি-২০ বিশ্বকাপত চেম্পিয়ন হোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।

উল্লেখযোগ্য যে, ২০০৩ চনত বাংলাদেশৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা গম্ভীৰে ২০১০-১১ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছিল।

গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত ২০১০ চনৰ ২৮ নৱেম্বৰত খেলা শৃংখলাটোৰ প্ৰথমখন খেলত অধিনায়কত্ব কৰি গম্ভীৰে ভাৰতীয় দলৰ অধিনায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল। খেলখনত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰত ৪০ ৰাণত বিজয়ী হৈছিল।

Recent News

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

মালেগাঁও বিস্ফোৰণ গোচৰত মোহন ভাগৱতক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল! প্ৰাক্তন তদন্তকাৰী বিষয়াৰ দাবী

মালেগাঁও বিস্ফোৰণ গোচৰত মোহন ভাগৱতক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল! প্ৰাক্তন তদন্তকাৰী বিষয়াৰ দাবী

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd