• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঠেঁটুৱৈ লগা জাৰত কঁপি ফুটপাথতে দিন কটাইছে দেশৰ হৈ খেলা প্ৰাক্তন হকী খেলুৱৈয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2019 12:37 pm
hockey_palyer_755_1577684510_618x347 2

ফটো উৎস: ছচিয়েল মিডিয়া

5.7k
VIEWS
Share on FacebookShare on Twitter

এসময়ত ভাৰতীয় দলৰ হৈ হকী খেলা খেলুৱৈগৰাকীয়ে হয়তো সপোনতো ভবা নাছিল যে জীৱনলৈ তেওঁৰ এনেকুৱা এটা দিনো আহিব পাৰে।

হাড় কঁপোৱা জাৰত দিল্লীৰ ফুটপাথত অত্যন্ত কঠিন দিন পাৰ কৰিছে প্ৰাক্তন খেলুৱৈগৰাকীয়ে।

ছচিয়েল মিডিয়াত খেলুৱৈগৰাকীৰ পৰিচয় পোহৰলৈ অহাৰ পাছতে এতিয়া ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু আৰু বলীউদৰ তাৰকা অমিতাভ বচ্চন সহায়ৰ বাবে আগবাঢ়ি আহিছে।

খেলুৱৈগৰাকীৰ ফটো ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে, খেলুৱৈগৰাকীৰ নাম অমৰজিৎ সিং।

তেওঁ জুনিয়ৰ হকীত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। খেলৰ সুবাদতে তেওঁ লণ্ডন আৰু জাৰ্মানীতো কেইবছৰমান কটাইছিল।

He is Mr. Amarjeet Singh, former Indian Junior #Hockey Player, represented india in athletics, spent many years in London & Germany, but unfortunately now he is on the footpath at Basant Road, Paharganj, Delhi. Can you help him please Shri @KirenRijiju ji? @PMOIndia @HMOIndia ?? pic.twitter.com/t5mbUC8E1m

— अतुल अग्रवाल Atul Agrawwal (@atulagrawwal) December 29, 2019

কিন্তু এতিয়া এই খেলুৱৈগৰাকী দিল্লীৰ পাহাৰগঞ্জ অঞ্চলত কোনো মতে জীৱন নিৰ্বাহ কৰি আছে।

অৱশ্যে, খেলুৱৈগৰাকীৰ সম্পৰ্কত এতিয়াও অধিক তথ্য লাভ কৰিব পৰা হোৱা নাই। ছচিয়েল মিডিয়াৰ প’ষ্ট দেখাৰ পাছত ক্ৰীড়া মন্ত্ৰী ৰিজিজুৱে সহায়ৰ আশ্বাস দিছে।

তেওঁ টুইটাৰত লিখিছে: ‘’ছচিয়েল মিডিয়াৰ জৰিয়তে নিৰন্তৰ কৈ এইটো কৈ আহিছো যে যিকোনোৱে যি বাস্তৱত ভাৰতৰ হৈ খেলিছে আৰু এতিয়া যদি দুৰ্ভাগ্যজনক অৱস্থাত আছে তেতিয়াহ’লে তেওঁক বিত্তীয় সাহায্য দিয়া হ’ব। তেওঁৰ ঠিকনা বিচাৰি পালে আমি নিশ্চয় সহায় কৰিম।‘’

I’ve repeatedly circulated and informed through social media also that anyone who has genuinely played for India but who’s living an indigent life, will be provided some financial assistance. Will do needful if his address is found.

— Kiren Rijiju (@KirenRijiju) December 30, 2019

ইপিনে, অমিতাভ বচ্চনেও টুইট কৰি এই খেলুৱৈগৰাকীক সহায় কৰাৰ ইচ্ছা ব্যক্ত কৰিছে। তেওঁ লিখিছে:’’এইটো সম্ভৱ হ’বনে যে তেওঁৰ ঠিকনা লাভ কৰিব পাৰে যাতে তেওঁক ক’ত আৰু কেনেকৈ সহায় আগবঢ়াব পৰা যায়।‘’

Recent News

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd