• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অশীতিপৰ ব্ৰজেন্দ্ৰ ব্ৰহ্ম আই চি ইউত

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
October 3, 2019 8:54 pm
Former Prez of Bodo Sahitya Sabha Brajendra Kr Brahma in ICU

চিকিৎসাধীন ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম। ছবি- নৰ্থইষ্ট নাও।

4k
VIEWS
Share on FacebookShare on Twitter

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম শিলিগুৰিৰ মলয় হস্পিতেল আৰু ৰিচাৰ্চ চেণ্টাৰৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।

ষ্ট্ৰ’কত আক্ৰান্ত হোৱা ৮০ বছৰীয়া ব্ৰহ্মৰ স্বাস্থ্য পূৰ্বতকৈ সামান্য উন্নত হৈছে যদিও, চিকিৎসকৰ মতে, বয়সজনিত কাৰণত তেওঁৰ ৰক্ত চলাচল এতিয়াও স্বাভাৱিক অৱস্থালৈ অহা নাই।

ব্ৰহ্মৰ চিকিৎসক মলয় চক্ৰবৰ্তীৰ উদ্ধৃতিৰে নৰ্থইষ্ট নাওক বৃহস্পতিবাৰে এই কথা জনাইছে ইউ বি পি অ’ (United Bodo People’s Organization)ৰ অধ্যক্ষ মিহিনিশ্বৰ বসুমতাৰীয়ে।

বসুমতাৰীৰ লগতে ৰাজ্য সভা সাংসদ উৰ্খাও গৌড়া ব্ৰহ্ম আৰু এবছুৰ উপদেষ্টা মনেশ্বৰ দৈমাৰীয়ে বৃহস্পতিবাৰে চিকিৎসালয়খনলৈ গৈ সাহিত্যিকজনৰ স্বাস্থ্যৰ বুজ লয়।

যোৱা ২৯ ছেপ্তেম্বৰৰ পৰা ত পশ্চিম বংগৰ চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।

মিহিনিশ্বৰ বসুমতাৰীয়ে জনোৱা মতে, বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ব্ৰহ্মৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছে।

অশীতিপৰ ব্ৰহ্মই সাহিত্য অকাদেমিৰ লগতে টেগৰ সন্মান লাভ কৰিছিল।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd