নলবাৰী জিলাৰ মুকালমুৱাৰ ব্ৰহ্মপুত্ৰত ভয়ংকত নাও দুৰ্ঘটনা।
মুকালমুৱাৰ পেৰাধৰা ঘাটত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা।
নাও দুৰ্ঘটনাত সন্ধানহীন শিক্ষাৰ্থীসহ ৪গৰাকী লোক।
নাওখনত প্ৰায় ৩০ৰ পৰা ৩৫গৰাকী ছাত্ৰী-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ উপস্থিত হৈ চলাই আছে উদ্ধাৰ অভিযান।