• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাকৰ স্মাৰ্টফোন হাতত পৰিল এটি শিশুৰ; মুহৰ্ততে কি কাণ্ড কৰিলে চাওক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2020 9:42 am
WhatsApp Image 2020-11-27 at 8.50.11 AM

ফটো সৌজন্য: ইনষ্টাগ্ৰাম।

67.1k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান স্মাৰ্টফোনৰ প্ৰতি প্ৰায় সকলোৰে আসক্তি বৃদ্ধি পোৱাটো স্বাভাৱিক যেন দেখা গৈছে। কিন্তু পৰিয়ালৰ শিশু সদস্যৰ ইয়াৰ প্ৰতি আকৰ্ষণ আৰু কিছু অধিক। হাতত স্মাৰ্টফোন এটা পৰিলে গোটেই পৃথিৱীখনে যে হাতৰ মুঠিত আহি পৰে এই শিশুসকলৰ।

শিশুসকলৰ এই আকৰ্ষণৰ লগতে কিছু আশংকাৰ সম্ভাৱনাও জড়িত হৈ পৰে। হাতৰ মুঠিত পোৱা জগতৰ সকলো নিজৰ বাবে গোটাই লোৱাৰ শিশু মনে কেতিয়াবা যে বিপদো চপাব পাৰে সেইটোহে চিন্তনীয়।

সম্প্ৰতি এটি শিশুৰ এনে এক কাণ্ডই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। শিশুটিৰ মাতৃয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰো কৰিছে তাৰ কৰ্মকাণ্ডৰ কথা।

মুঠতে এই চাৰি বছৰীয়া শিশুৰ কৰ্মকাণ্ডই ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।

ব্ৰাজিলৰ এগৰাকী মহিলাই ইনষ্টাগ্ৰামত তেওঁৰ চাৰি বছৰীয়া শিশুটিৰ ছবি প’ষ্ট কৰে। সেই প’ষ্টটোত শিশুটিক বিভিন্ন ধৰণৰ খোৱাবস্তু আগত লৈ বহি থকা দেখা গৈছে। খোৱাবস্তুসমূহ কি কি আছে তাকো মহিলাগৰাকীয়ে কেপশ্যনত লিখিছে।

তাত আছিল ছয়টা হামবাৰ্গ মিলছ, ছয়টা মেকডনাল্ড হ্যাপি শ্নেকছ, দুটা চিকেন, পটেট’ চিপছ, দহটাকৈ মিল্কছেকছ, জ্যুচকে ধৰি আৰু বহুকেইটা আকৰ্ষণীয় খাদ্যসম্ভাৰ।

ইমানবোৰ খোৱাবস্তু দেখি মহিলাগৰাকী  কি প্ৰতিক্ৰিয়া হৈছিল তাকো তেওঁ প’ষ্টটোত উল্লেখ কৰিছে। তেওঁ লিখিছে,’’প্ৰথমতে মই হাঁহিছো। তাৰ পাছত কান্দোন ওলাই আহিছে। অৱশেষত খাবলৈ বহি পৰিলো।‘’

মাকৰ ফোনটো হাতত পৰা মাত্ৰকেই শিশুটিয়ে যে মেকডনাল্ডৰ পৰা চাৰে পাঁচহাজাৰ টকাৰ খোৱাবস্তুৰ অৰ্ডাৰ দিছিল সেইকথাটো মহিলাগৰাকীয়ে অৱশ্যে নিজৰ প’ষ্টটোত উল্লেখ কৰিবলৈ পাহৰা নাই।

শিশুটিৰ এই কীৰ্তি সোনকালেই ভাইৰেল হৈ পৰে। প’ষ্টটো কমেন্টেৰে উপচি পৰিছে। শিশু বুলিয়েই তাৰ দুষ্টামিৰ কথা মনত ৰাখিয়ো মৰম-ভালপোৱাৰে বহুতেই তাক আদৰণি জনাইছে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd