• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০৩ জন ভাৰতীয়ক লৈ ফ্ৰান্সত অৱতৰণ বিমান, ঘেৰি ধৰিলে আৰক্ষীয়ে; গ্ৰেপ্তাৰ ২ জন, চলিছে তদন্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2023 9:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিমানখন নিকাৰাগুয়ালৈ গৈ আছিল। বাটতে ফ্ৰান্সত বিজুতি ঘটে বিমানখনৰ। সেই বিমানত আছিল ৩০০ৰো অধিক ভাৰতীয়। সেই বিমানত মানৱ সৰবৰাহ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। সেই বাবেই ফ্ৰান্সত বিমানখন আটক কৰা হয়।

সূত্ৰ অনুসৰি, সেই বিমানত আছিল ৩০৩ জন ভাৰতীয়। সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা উৰা মাৰিছিল বিমানখন।

ৰোমানিয়াৰ এটা চাৰ্টাৰ কোম্পানীয়ে এই বিমান লৈ গৈছিল। ডুবাইৰ পৰা এৰিছিল বিমানখন। ভাত্ৰি বিমানবন্দৰত অৱতৰণ কৰে বিমানখন। কিছু কাৰিকৰী সমস্যাৰ বাবে বিমানখন নামিছিল। তাৰ পিছতে আৰক্ষীয়ে বিমানখন ঘেৰি ধৰে।

লগতে পঢ়কঃ কৰ’না ৰিপ’ৰ্ট পজিটিভ আহিলেই পঠাব লাগিব জিন’ম ছিকুৱেন্সিঙৰ বাবে; ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ

প্ৰথমতে বিমানখনৰ ভিতৰতে যাত্ৰীসকল আছিল। পিছত তেওঁলোকক এৰাইভেল লাউঞ্জলৈ অনা হয় । তাতেই তেওঁলোকে শুই পৰে। আৰক্ষীৰ মতে, বিমানবন্দৰৰ অভ্যৰ্থনাক্ষেত্ৰত তেওঁলোকক থকাৰ ব্যৱস্থা কৰা হয়।

বহুতকে বিমানবন্দৰতে ৰখা হৈছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। স্থানীয় বিষয়াসকলে বিবিচিক জনোৱা মতে, ইয়াৰে কিছুমানে অবৈধভাৱে সেই দেশলৈ গৈছিল। ফ্ৰান্সৰ ৰাষ্ট্ৰীয় সংগঠিত অপৰাধ বিৰোধী ইউনিট JUNALCO য়ে এই তদন্ত চলাই আছে।

বাতৰি অনুসৰি,  ভাৰতীয় যাত্ৰীসকলে কানাডা বা আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বুলি সন্দেহ কৰা হৈছে। সেইবাবেই তেওঁলোকে সেই বিমানখনত উঠিছিল। সেই সময়ত ফ্ৰান্সৰ কৰ্তৃপক্ষই গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে বিমানেৰে ‘মানৱ সৰবৰাহ’ চলি আছে। আৰু তাৰ পিছত বিমানখন ৰখাই দিয়া হ’ল। বিমানকৰ্মীসকলক গ্ৰেপ্তাৰ কৰা হয়। পিছত এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

French authorities informed us of a plane w/ 303 people, mostly Indian origin, from Dubai to Nicaragua detained on a technical halt at a French airport. Embassy team has reached & obtained consular access. We are investigating the situation, also ensuring wellbeing of passengers.

— India in France (@IndiaembFrance) December 22, 2023

ইপিনে, খবৰ অনুসৰি বিমানখনত থকা প্ৰায় সকলোৱেই ভাৰতীয় মূলৰ আছিল। নিকাৰাগুয়ালৈ যোৱা বিমানখনত মুঠ ৩০৩জন ভাৰতীয় আছিল। এনে পৰিস্থিতিত ফ্ৰান্সৰ কৰ্তৃপক্ষই পেৰিছত থকা ভাৰতীয় দূতাবাসক খবৰ দিয়ে। তেওঁলোকে বিষয়টো পৰ্যবেক্ষণ কৰিছে। ইয়াৰ উপৰিও দূতাবাসৰ কৰ্মচাৰীসকলে বিমানখনত থকা ভাৰতীয় মূলৰ লোকসকলৰ সৈতেও যোগাযোগ কৰে। এনে পৰিস্থিতিত ভাৰতীয় দূতাবাসে ইয়াৰ গভীৰ তদন্ত আৰম্ভ কৰা বুলি অৱগত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd