• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না ৰিপ’ৰ্ট পজিটিভ আহিলেই পঠাব লাগিব জিন’ম ছিকুৱেন্সিঙৰ বাবে; ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 23, 2023 8:19 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বছৰৰ শেষত পুনৰ বৃদ্ধি পাইছে কৰ’না। আতংক ঘূৰি আহিছে। এইবাৰ চিন্তাৰ কাৰণ হৈছে কৰ’না জে এন ১ (JN.1) ভেৰিয়েন্ট। এই ভেৰিয়েন্ট অতি সোনকালে বিয়পে। এই ভেৰিয়েন্টক লৈ কেন্দ্ৰও উদ্বিগ্ন। ইতিমধ্যে ৰাজ্য চৰকাৰসমূহক সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে।

এইবাৰ কেন্দ্ৰই সকলো ৰাজ্যকে কোভিড পজিটিভ নমুনা জিন’ম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশনা শুকুৰবাৰে ৰাজ্য চৰকাৰসমূহক দিয়া হৈছে বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কৰ’না ভাইৰাছৰ পুনৰ সংক্ৰমণৰ লগে লগে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণৰ বাবেই জিন’ম ছিকুৱেন্সিঙৰ নিৰ্দেশ দিয়া হৈছে।

যোৱা সপ্তাহত কেন্দ্ৰই কৰ’নাৰ নতুন ভেৰিয়েন্ট সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছিল। কিন্তু এই পৰ্যন্ত সংক্ৰমণ বিপদজনক মাত্ৰাত উপনীত হোৱা নাই। অমাইক্ৰনৰ উপ-ভেৰিয়েণ্ট হোৱাৰ বাবে জেএন.১ ভেৰিয়েণ্টটোও অতি সংক্ৰামক, গতিকে অহা কেইসপ্তাহমানৰ ভিতৰত সংক্ৰমণৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাব পাৰে।

Apply Now

লগতে পঢ়কঃ নতুন আইন মতে চিকিৎসাৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যু হ’লে দুবছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব চিকিৎসক

অৱশ্যে চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যা এতিয়াও তুলনামূলকভাৱে কম। সংক্ৰমণ নিয়ন্ত্ৰণত থাকিলেও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এৰা ধৰা মনোভাৱ দেখুৱাবলৈ অনিচ্ছুক। সেইবাবেই প্ৰতিখন ৰাজ্যকে নিৰ্দেশ দিয়া হৈছে যে যদি কোনো ৰোগীৰ কোভিড পজিটিভ ৰিপৰ্ট আহে তেন্তে তেওঁৰ স্বাব নমুনা জিন’ম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰিব লাগিব।

এগৰাকী কেন্দ্ৰীয় বিষয়াই কয় যে ক’ৰ’না পৰিস্থিতিৰ ওপৰত চলি থকা কঠোৰ নিৰীক্ষণৰে এয়া অংশ। আৰ টি-পি চি আৰ পৰীক্ষাত পজিটিভ বুলি ৰিপ’ৰ্ট অহা সকলো নমুনাকে জিন’ম ছিকুৱেন্সিঙৰ বাবে আই এন এছ এ চি অ’ জি (INSACOG) পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব। বিষয়াগৰাকীয়ে কয় যে আতংকিত হোৱাৰ কোনো কাৰণ নাই কিয়নো সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

যদিহে RT-PCR পৰীক্ষাত কৰ’না ৰিপ’ৰ্ট পজিটিভ হয় তেন্তে জিন’ম ছিকুৱেন্সিঙৰ বাবে প্ৰেৰণ কৰা হ’ব। এই জিন’ম ছিকুৱেন্সিঙৰ জৰিয়তেহে ভাইৰাছৰ মিউটেচন বা অভিযোজন জানিব পৰা যাব।

লগতে পঢ়কঃআৰু কি বাকী থাকিল! ৪৮ বছৰ কাৰাবাসত কটোৱাৰ পিছত নিৰ্দোষী প্ৰমাণিত হ’ল ব্যক্তি

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কেৰালা, তামিলনাডু, মহাৰাষ্ট্ৰ, গোৱা, পুডুচেৰী, গুজৰাট, তেলেংগানা, পঞ্জাৱ আৰু দিল্লীত যোৱা কেইসপ্তাহমানৰ পৰা সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। কিন্তু চিকিৎসালয়ত ভৰ্তি বা মৃত্যুৰ হাৰ এতিয়াও তুলনামূলকভাৱে কম। আক্ৰান্তসকলৰ ভিতৰত ৯৩ শতাংশৰ মৃদু লক্ষণ দেখা গৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd