• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

OLXৰ জৰিয়তে মহানগৰীত প্ৰৱঞ্চকে লুটিলে সাংবাদিকৰ DSLR কেমেৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2019 8:20 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

4.2k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত আজি দিন-দুপৰতে এজন প্ৰৱঞ্চকে এগৰাকী সাংবাদিকৰ কেমেৰা লৈ উধাও হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা অনুসৰি, ইউ বি ফটোজৰ সাংবাদিক দীপাংকৰ বৰুৱাই তেওঁৰ এবছৰ পুৰণি ৭৫ হেজাৰ টকীয়া ডি এছ এল আৰ কেমেৰা এটা বিক্ৰী কৰাৰ উদ্দেশ্যে OLXত এক বিজ্ঞাপন দিয়ে ৷

সেইমৰ্মে বৰা চাৰ্ভিচৰ জনৈক ৰাহুল দাস বুলি ফোনত পৰিচয় দিয়া যুৱক এজনে কেমেৰাটো ক্ৰয় কৰাৰ বাবে বৰুৱাৰ সৈতে বন্দবস্ত হয়। যুৱকজনে দিয়া ঠিকনা অনুসৰি সাংবাদিকগৰাকীয়ে আজি পুৱা ১০ মান বজাত বৰা চাৰ্ভিচ তেল ডিপোৰ সমীপৰ কাৰ্তিক কুমাৰ বৰাৰ বাসগৃহৰ সম্মুখত উপস্থিত হয়।

যুৱকজনে নিজকে উক্ত ঘৰটোত ভাৰাতীয়া হিচাপে থকাৰ লগতে অন্য লোকে চৌহদত প্ৰৱেশ কৰিলে মালিকে গালি-গালাজ কৰে বুলি কৈ বৰুৱাক গেটৰ সম্মুখত অকণমান সময় ৰ’বলৈ দি দেউতাকৰ পৰা পইচা আনিম বুলি কৈ চৌহদৰ ভিতৰত সোমায়৷

কিন্তু বহু সময় ধৰি যুৱকজন উভতি নহাত বৰুৱাৰ সন্দেহ ওপজে আৰু চৌহদৰ ভিতৰত সোমোৱাতহে উৰহী গছৰ ওৰ ওলায়। যুৱকজনৰ বিষয়ে বিচাৰ-খোচৰ কৰাৰ পাছত জানিব পাৰে যে যুৱকজনে চৌহদটোৰ পিচফালৰ গেটেৰে অন্য এটা দিশে পলায়ন কৰে।

কাৰ্তিক কুমাৰ বৰাৰ পৰিয়ালৰ লোকে সাংবাদিকক জনোৱা মতে ইয়াৰ পূৰ্বেও যুৱকজনে অনুৰূপ ধৰণেই চৌহদটোত কোনো নথকা সময়ৰ সুযোগ গ্ৰহণ কৰি আন এগৰাকী লোকৰ পৰাও এইদৰে লক্ষাধিক টকাৰ কেমেৰা লৈ উধাও হৈছিল। ঘটনা সন্দৰ্ভত সাংবাদিক বৰুৱাই পল্টনবজাৰ আৰক্ষী থানাত ৬৬০/১৯ নম্বৰত এক গোচৰ ৰুজু কৰে ৷

আজিৰ এই সমগ্ৰ ঘটনাৰ দৃশ্য কাৰ্তিক কুমাৰ বৰাৰ চৌহদৰ চি চি টি ভিত বন্দী হৈ আছে যদিও এতিয়া পল্টনবজাৰ আৰক্ষীয়ে কেনেদৰে তদন্ত আগবঢ়াই সেয়াহে লক্ষণীয় হ’ব।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd