• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘মানৱ সেৱাই ঈশ্বৰ সেৱা’ বাণীৰে পুৰণিগুদামত ৰক্তদান শিবিৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 10, 2019 7:42 am
IMG-20190509-WA0006

ফটো : নৰ্থ-ইষ্ট নাও

1.9k
VIEWS
Share on FacebookShare on Twitter

“মানৱ সেৱাই ঈশ্বৰ সেৱা” বাণী সৰোগত কৰি ৰাম নৱমীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নগাঁও জিলাৰ পুৰণিগুদাম ভীমৰগাঁওস্থিত শ্ৰী শিৰডী সাই বাবা মন্দিৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে এটি ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়।

সাই বাবা সেৱা ন্যাস, নগাঁৱৰ উদ্যোগত আৰু দিব্যাংগ সকলৰ পুনৰ নিৰ্বাসন কেন্দ্ৰ “বধিৰ বিদ্যা মন্দিৰ”ৰ ব্যৱস্থাপনাত তথা  ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, নগাঁৱৰ ৰক্ত ভঁৰালৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত ৰক্তদান শিবিৰত তেৰ গৰাকী বিভিন্ন বয়সৰ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰি স্বেচ্ছামূলক ভাৱে ৰক্তদান কৰা পৰিলক্ষিত হয়।

শ্ৰী শিৰডী সাই বাবা সেৱা ন্যাস, নগাঁৱৰ ন্যাসৰক্ষী দুৰ্লভ পৱন বৰুৱাই আঁত ধৰা অনুষ্ঠানত বধিৰ বিদ্যা মন্দিৰৰ অধ্যক্ষা অনুৰাধা বৰাই সাই বাবাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলনেৰে ৰক্তদান শিবিৰটো  শুভাৰম্ভ কৰে।

দিনজোৰা কাৰ্যসূচীৰে সফল পৰিসমাপ্তি হোৱা ৰক্তদান শিবিৰটোত উপস্থিত থাকি ৰক্তদানৰ পৰামৰ্শদাতা ৰিংকু দত্ত, ডাঃ আয়েছা চিদ্দিকা আহমেদ আৰু সাংবাদিক নীলৰঞ্জন শৰ্মাই ৰক্তদানৰ বিভিন্ন উপকাৰীতাৰ দিশ তথা সজাগতা সন্দৰ্ভত ভাষণ প্ৰদান কৰে।

Recent News

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd