• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উভতি আহিছে ৰানাঘাটৰ ৰাণু মণ্ডল! ৰূপালী পৰ্দাৰ বায়’পিকত ৰাণুৰ চৰিত্ৰত কোনে কৰিব অভিনয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2021 9:26 am
Ranu Mandal returns
227
VIEWS
Share on FacebookShare on Twitter

পাহৰি যাবলগীয়া ঘটনা নহয়।ৰানাঘাট ষ্টেশ্যনৰ পৰা বলীউদলৈ এগৰাকী সাধাৰণ মহিলাৰ অসাধাৰণ যাত্ৰা আছিল এই ঘটনা। নিশাৰ ভিতৰতে এটা গানৰ জৰিয়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা লতা মংগেশকাৰৰ দৰে কণ্ঠৰ ৰাণু মণ্ডল হৈ পৰিছিল এগৰাকী তাৰকা।

এইবাৰ সেই ৰাণু মণ্ডলৰ জীৱন কাহিনী ৰূপালী পৰ্দাত দাঙি ধৰিবলৈ আগবাঢ়ি আহিছে পৰিচালক হৃষীকেশ মণ্ডল। ছবিখনত ৰাণু মণ্ডলৰ ভূমিকাত অভিনয় কৰিব ‘চিক্ৰেট গেমছ’ ছিৰিজৰে পৰিচিত হৈ পৰা অভিনেত্ৰী ইশিকা দে’ই।

এক সপোনৰ দৰে কাহিনী ৰানাঘাটৰ ষ্টেশ্যনত বহি গান গাই জীৱন নিৰ্বাহ কৰা ৰামু মণ্ডলৰ বলীউদ যাত্ৰাৰ পৰিক্ৰমা। সংগীত পৰিচালক হিমেশ ৰেশমিয়াৰ সৈতে হিন্দী ছবিৰ বাবে প্লেবেক কণ্ঠশিল্পী হিচাপে ভূমুকিও মাৰিছিল ৰাণুৱে।

সকলোৱে ভাৱিছিল ৰাণু মণ্ডৰ ভাগ্যৰ দুৱাৰ খুলি গ’ল। তেওঁ আৰু ষ্টেশ্যনত বহি মানুহৰ ওচৰত হাত পাতিবলগীয়া নহ’ব। কিন্তু তাৰকা পৰিচিতি লাভৰ সমান্তৰালভাৱে বিড়ম্বনাৰ সন্মুখীনো হৈছিল ৰাণু। হিমেশৰ সৈতে গোৱা ‘তেৰি মেৰি, মেৰি তেৰি’ গানটো ভাইৰেল হ’লেও ছচিয়েল মিডিয়াত কটাক্ষৰ চিকাৰ হৈছিল ৰাণু মণ্ডল।

এদিন সকলো অতীতৰ বুকুত এৰি দি পুনৰ ৰানাঘাটলৈ উভতি আহিল ৰাণু মণ্ডল। সহানুভুতিশীল একাংশ লোক তথা ক্লাৱৰ সাহায্যৰ মাজেৰে চলি আছে ৰাণু।

ইপিনে, যোৱা এবছৰ ধৰি ৰাণু মণ্ডলক লৈ ছবি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে পৰিচালক হৃষীকেশ মণ্ডলে। হিন্দীত ছবিখন নিৰ্মাণ কৰা হ’ব। ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিব ‘চিক্ৰেট গেমছ’ৰ অভিনেত্ৰী ইশিকাই।

ছবিখনত ৰাণু মণ্ডলৰ বৰ্তমান আৰু অতীতৰ ৰূপত দেখা যাব ইশিকাক। অহা নৱেম্বৰত ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ছবিখনৰ নাম হ’ব ‘মিছ ৰাণু মাৰিয়া’। ছবিখন যে সংগীত নিৰ্ভৰ হ’ব সেয়া নক’লেও চলে।

Recent News

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd