• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১ ছেপ্তেম্বৰৰ পৰা শিক্ষক, কৰ্মচাৰীক কৰ্মস্থলীলৈ যোৱাৰ নিৰ্দেশ ছিকিম চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2020 10:32 pm
355
VIEWS
Share on FacebookShare on Twitter

এক ছেপ্তেম্বৰৰ পৰা বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়কে ধৰি সকলো ধৰণৰ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক, কৰ্মচাৰী সকলক নিয়মীয়াকৈ কৰ্তব্যস্থলীলৈ যোৱাৰ বাবে নিৰ্দেশ দিছে ছিকিম চৰকাৰে।

”তেওঁলোকে নিজৰ কৰ্মস্থলীৰ পৰা ডিজিটেল অথবা স্বাভাৱিকভাৱে পাঠদানত ব্ৰতী হ’ব লাগিব,” নিৰ্দেশনাটোত এইদৰে উল্লেখ কৰা হয়।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে বিদ্যালয়, মহাবিদ্যালয় সমূহ ৩১ আগষ্টলৈ বন্ধ থাকিব বুলি ঘোষণা কৰিছিল।

ছিকিমৰ লগতে অসম চৰকাৰেও বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ সকলো ধৰণৰ শিক্ষক, কৰ্মচাৰী সকলক বাধ্যতামূলকভাৱে শিক্ষানুষ্ঠান সমূহলৈ যোৱাৰ বাবে নিৰ্দেশ দিছিল।

শিক্ষক তথা অধ্যাপক সকলে নিজ কৰ্মস্থলীলৈ উভতি যোৱাৰ পূৰ্বে কোভিড পৰীক্ষা কৰাটো বাধ্যমূলক হিচাপেও নিৰ্দেশনা জাৰি কৰিছিল অসমৰ শিক্ষা বিভাগে।

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক সকল শিক্ষানুষ্ঠানলৈ গলেও ভাৰত চৰকাৰৰ নিৰ্দেশনা অহাৰ পাছতহে শিক্ষানুষ্ঠানসমূহ সম্পুৰ্ণ ৰূপে খোলা হ’ব বুলি মন্তব্য কৰিছিল।

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd