• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IPL Auction: দুদিন ধৰি চলা নিলামত ১০টা দলে ক্ৰয় কৰিলে মুঠ ২০৪গৰাকী ক্ৰিকেটাৰক; চাওক সম্পূৰ্ণ তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2022 9:25 am
WhatsApp Image 2022-02-14 at 8.01.59 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ বা চমুকৈ আইপিএল-২০২২ৰ নিলামৰ বাবে বিচিচিআইয়ে মুঠ ৬০০গৰাকী ক্ৰিকেটাৰৰ তালিকা প্ৰকাশ কৰিছিল। দুদিন ধৰা চলা এই নিলামত ১০টা ফ্ৰেঞ্চাইজীয়ে ইয়াৰ ভিতৰত মুঠ ২০৪গৰাকী ক্ৰিকেটাৰক তেওঁলোকৰ দলসমূহত অন্তৰ্ভুক্ত কৰে।

এইবাৰ নিলামত মুঠ ৬৭গৰাকী বিদেশী ক্ৰিকেটাৰে দলসমূহত স্থান পোৱাৰ বিপৰীতে স্থান পোৱা দেশীয় ক্ৰিকেটাৰৰ সংখ্যা হৈছে ১৩৭গৰাকী।

নিলামত কোন দলে কোন কোন ক্ৰিকেটাৰক তেওঁলোকৰ দলত নিলে আৰু তেওঁলোকক কিমান টকাত ক্ৰয় কৰিলে তাৰ সম্পূৰ্ণ তালিকা চাওক।

চেন্নাই ছুপাৰ কিংছ:

তুষাৰ দেশপাণ্ডে (২০ লাখ), আম্বাতি ৰায়ড়ু (৬ কোটি ৭৫ লাখ), দীপক চাহাৰ (১৪ কোটি), কেএম আছিফ (২০ লাখ), ডোয়েন ব্রেভো (৪ কোটি ৪০ লাখ), ৰবীন উথাপ্পা (২ কোটি), কে ভগত বর্মা (২০ লাখ), ক্রিছ জর্ডন (৩ কোটি ৬০ লাখ), এন জগদীশন (২০ লাখ), হৰি নিশান্ত (২০ লাখ), প্রশান্ত চোলাংকি (১ কোটি ২০ লাখ), মুকেশ চৌধৰী (২০ লাখ), শুভ্রাংশু সেনাপতি (২০লাখ), এডাম মিলিন (১ কোটি ৯০ লাখ), মিচেল ছেন্টনাৰ (১ কোটি ৯০ লাখ), ডোয়েন প্রিটোৰিয়াছ (৫০ লাখ), ডেভন কনওৱে (১ কোটি), সমৰজিৎ সিং (২০ লাখ), ৰাজবর্ধন হাংগার্গেকৰ (১ কোটি ৫০ লাখ), মহিছ থিকছানা (৭০লাখ), শিবম ডুবে (৪ কোটি)।

দিল্লী কেপিটেলছ:

শার্দুল ঠাকুৰ (১০ কোটি ৭৫ লাখ), মিচেল মাৰ্ছ (৬ কোটি ৫০ লাখ), মুস্তাফিজুৰ ৰহমান (২ কোটি), কেএছ ভৰত (২ কোটি), ডেভিড ওৱার্নাৰ (৬ কোটি ২৬ লাখ), কুলদীপ যাদব (২ কোটি), অশ্বিন হেব্বাৰ (২০ লাখ), কমলেশ নাগাৰকোটি (১ কোটি ১০ লাখ), ছৰফৰাজ খান (২০ লাখ), ভিকি ওস্তৱাল( ২০লাখ), টিম চেফাৰ্ট (৫০ লাখ), লুংগি এনগিডি (৫০ লাখ), প্রবীণ ডুবে (৫০ লাখ), ৰোভমেন পাওৱেল (২ কোটি ৮০ লাখ), যশ ধুল (৫০ লাখ), ৰিপল পেটেল (২০ লাখ), ললিত যাদব (৬৫ লাখ), চেতন চাকাৰিয়া (৪ কোটি ২০ লাখ), খলিল আহমেদ (৫ কোটি ২৫ লাখ), মনদ্বীপ সিং (১ কোটি ১০ লাখ)।

গুজৰাট টাইটানছ:

নূৰ আহমেদ (৩০ লাখ), জেছন ৰয় (২ কোটি), মহম্মদ ছামী (৬ কোটি ২৫ লাখ), ৰাহুল তেওৱাটিয়া (৯ কোটি), অভিনব সাদাৰংগানি (২ কোটি ৬০ লাখ), লকি ফার্গুছন (১০ কোটি), আৰ ছাই কিশোৰ (৩ কোটি), বৰণ এৰন (৫০লাখ), গুৰকিৰৎ সিং (৫০ লাখ), মেথিউ ৱেড (২ কোটি ৪০ লাখ), ঋদ্ধিমান সাহা (১ কোটি ৯০ লাখ), ডেভিড মিলাৰ (৩ কোটি), প্রদীপ সাংগোৱান (২০ লাখ), আলজাৰি জোছেফ (২ কোটি ৪০ লাখ), যশ দয়াল (৩ কোটি ২০ লাখ), দর্শন নালকাণ্ডে (২০ লাখ), বিজয় শংকৰ (১ কোটি ৪০ লাখ), জয়ন্ত যাদব (১ কোটি ৭০ লাখ), ড’মিনিক ড্রেকছ (১ কোটি ১০ লাখ)।

কলকাতা নাইট ৰাইডাৰ্ছ:

শিবম মাভি (৭ কোটি ২৫ লাখ), চেল্ডন জেকছন (৬০লাখ), পেট কামিন্স (৭ কোটি ২৫ লাখ), শ্রেয়াস আয়াৰ (১২ কোটি ২৫ লাখ), নীতিশ ৰানা (৮ কোটি), আমন খান (২০ লাখ), উমেশ যাদব (২ কোটি), মহম্মদ নবী (১ কোটি), ৰমেশ কুমাৰ (২০ লাখ), টিম ছাউডি (১ কোটি ৫০ লাখ), এলেক্স হেলছ (১ কোটি ৫০ লাখ),ছেম বিলিংছ (২ কোটি), অশোক শর্মা (২০ লাখ), প্রথম সিং (২০লাখ), অভিজিৎ তোমৰ (২০ লাখ), চামিকা কৰুণাৰত্নে (৫০ লাখ), বাবা ইন্দ্রজিৎ (২০ লাখ), ৰসিখ ডৰ (২০ লাখ), অনুকুল ৰায় (২০ লাখ), ৰিংকু সিং (৫৫ লাখ), অজিংকা ৰাহানে (১ কোটি)।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ:

আবেশ খান (১০ কোটি), কুইন্টন ডি’কক (৬ কোটি ৭৫ লাখ), মার্ক উড (৭ কোটি ৫০ লাখ), মণীষ পাণ্ডে (৪ কোটি ৬০ লাখ), জেছন হোল্ডাৰ (৮ কোটি ৭৫ লাখ), দীপক হুডা (৫ কোটি ৭৫ লাখ), ক্রুণাল পাণ্ডিয়া (৮ কোটি ২৫ লাখ), অংকিত ৰজপুত (৫০ লাখ), মায়াংক যাদব (২০ লাখ), এভিন লুইস (২ কোটি), কৰণ শর্মা (২০ লাখ), কাইল মায়েৰ্ছ (৫০ লাখ), আয়ূস বাদোনি (২০লাখ), মহচিন খান (২০ লাখ), মনন ভোৰা (২০ লাখ), শ্বাহবাজ নাদিম (৫০ লাখ), দুষ্মন্ত চামিৰা (২ কোটি), কৃষ্ণাপ্পা গৌতম (৯০ লাখ)।

মুম্বাই ইণ্ডিয়ানছ:

বাছিল থাম্পি (৩০ লাখ), মুৰুগান অশ্বিন (১ কোটি ৬০ লাখ), ডেওৱাল্ড ব্রেভিছ (৩ কোটি), ইশান কিষাণ (১৫ কোটি ২৫ লাখ), ফেবিয়ান এলেন (৭৫লাখ), আৰিয়ান জুৱাল (২০ লাখ), অর্জুন তেণ্ডুলকাৰ (৩০ লাখ), হৃত্বিক ছোকিন (২০ লাখ), ৰাহুল বুদ্ধি (২০ লাখ), ৰমনদীপ সিং (২০ লাখ), আনমোলপ্রীত সিং (২০ লাখ), মহম্মদ আৰ্ছাদ (২০ লাখ), ৰিলি মেৰেডিথ (১ কোটি), টিম ডেভিড (৮ কোটি ২৫ লাখ), টাইমাল মিলছ (১ কোটি ৫০ লাখ), ডেনিয়েল ছেমস (২ কোটি ৬০ লাখ), জোফ্রা আর্চাৰ (৮ কোটি), সঞ্জয় যাদব (৫০ লাখ), তিলক বর্মা (১ কোটি ৭০ লাখ), মায়াংক মার্কাণ্ডে (৬৫ লাখ), জয়দেব উনাদকাট (১ কোটি ৩০ লাখ)।

পঞ্জাৱ কিংছ:

জিতেশ শর্মা (২০ লাখ), শাহৰুখ খান (৯ কোটি), জনি বেয়াৰষ্টো (৬ কোটি ৭৫ লাখ), হৰপ্রীত ব্রাৰ (৩ কোটি ৮০ লাখ), শিখৰ ধাৱান (৮ কোটি ২৫ লাখ), ইশান পোড়েল (২৫লাখ), কাগিছো ৰাবাডা (৯ কোটি ২৫ লাখ), ৰহুল চাহাৰ (৫ কোটি ২৫ লাখ), প্রবসিমৰন সিং (৬০ লাখ), বেনি হাওৱেল (৪০ লাখ), ভানুকা ৰাজাপক্ষে (৫০ লাখ), অথর্ব টাইডে (২০লাখ), নেথন এলিছ (৭৫লাখ), অংশ পেটেল (২০ লাখ), বলতেজ ধান্ধা (২০ লাখ), ঋত্ত্বিক চেটাৰ্জী (২০ লাখ), বৈভব আৰোৰা (২ কোটি), প্রেৰক মানকড় (২০ লাখ), ঋষি ধাৱান (৫৫লাখ), ৰাজ বাওৱা (২ কোটি), সন্দীপ শর্মা (৫০ লাখ), ওডিন স্মিথ (৬ কোটি), লিয়াম লিভিংষ্টোন (১১ কোটি ৫০ লাখ)।

ৰাজস্থান ৰয়েলছ: 

কেচি কাৰিয়াপ্পা (৩০ লাখ), ৰিয়ান পৰাগ (৩ কোটি ৮০ লাখ), ট্রেন্ট বোল্ট (৮ কোটি), ৰবিচন্দ্রন অশ্বিন (৫ কোটি), যুজবেন্দ্র চাহাল (৬কোটি ৫০ লাখ), ছিমৰন হেটমেয়াৰ (৮ কোটি ৫০ লাখ), প্রসিদ্ধ কৃষ্ণা (১০ কোটি), দেবদূত পাডিক্কাল (৭ কোটি ৭৫ লাখ), ডাৰিল মিচেল (৭৫লাখ), ৰাচি ভেন ডাৰ ডাসেন (১ কোটি), নেথন কুল্টাৰ-নাইল (২ কোটি), জিমি নিচাম (১ কোটি ৫০ লাখ), শুভম গাৰোৱাল (২০ লাখ), কুলদীপ যাদব (২০লাখ), তেজছ বৰোকা (২০ লাখ), ধ্রুব জুৰেল (২০ লাখ), কৰুণ নায়াৰ(১ কোটি ৪০ লাখ), কুলদীপ সেন (২০ লাখ), অৰুনয় সিং (২০লাখ), উবেদ মেককয় (৭৫লাখ), নৱদীপ ছাইনি (২ কোটি ৬০ লাখ)।

আৰচিবি: 

ফেফ ডু’প্লেছি (৭ কোটি), অনুজ ৰাৱাত (৩ কোটি ৪০ লাখ), জোছ হেজেলউড (৭ কোটি ৭৫ লাখ), আকাশ দ্বীপ (২০ লাখ), শ্বাহবাজ আহমেদ (২ কোটি ৪০ লাখ), দীনেশ কার্তিক (৫ কোটি ৫০ লাখ), হর্ষল পেটেল (১০ কোটি ৭৫ লাখ), ওৱানিন্দু হাসাৰাংগা (১০ কোটি ৭৫ লাখ), ডেভিড উইলি (২ কোটি), লুবনিথ ছিচোদিয়া (২০ লাখ), সিদ্ধার্থ কউল (৭৫লাখ), কৰণ শর্মা (৫০ লাখ), অন্বেশ্বৰ গৌতম (২০ লাখ), চামা মিলিন্দ (২৫লাখ), জেছন বেহৰেনডর্ফ (৭৫লাখ), শ্বেৰফান ৰাডাৰফোর্ড (১ কোটি), ফিন এলেন (৮০ লাখ), মহীপাল লোমৰ’ৰ (৯৫লাখ)।

ছানৰাইজাৰ্ছ হায়দৰাবাদ: 

নিকোলাছ পুৰান (১০ কোটি ৭৫ লাখ), জগদীশা সূচীত (২০ লাখ), শ্রেয়স গোপাল (৭৫লাখ), কার্তিক ত্যাগী (৪ কোটি), ৱাশ্বিংটন সুন্দৰ (৮ কোটি ৭৫ লাখ), ভুবনেশ্বৰ কুমাৰ (৪ কোটি ২০ লাখ), টি নটৰজন (৪ কোটি), প্রিয়ম গর্গ (২০ লাখ), অভিষেক শর্মা (৬ কোটি ৫০ লাখ), ৰহুল ত্রিপাঠী (৮ কোটি ৫০ লাখ), ফজলহক ফাৰুকি (৫০লাখ), গ্লেন ফিলিপছ (১ কোটি ৫০ লাখ), বিষ্ণু বিনোদ (৫০ লাখ), সৌৰভ ডুবে (২০ লাখ), শশাংক সিং (২০লাখ), আৰ সামর্থ (২০লাখ), ছিয়ান এবট (২ কোটি ৪০ লাখ), ৰোমাৰিঅ’ শ্বেফার্ড (৭ কোটি ৭৫ লাখ), মাৰ্কো জনছেন (৪ কোটি ২০ লাখ), এডেন মার্কৰম (২ কোটি ৬০ লাখ)।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd