• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিভিন্ন দাবীত কোকৰাঝাৰত গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ অনশন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 19, 2019 10:41 pm
668
VIEWS
Share on FacebookShare on Twitter

বিজেপি চৰকাৰে যোৱা নিৰ্বাচনৰ ইস্তাহাৰত গৰীয়া মৰিয়া দেশী জনগোষ্ঠী তথা ইছলাম ধৰ্মীয় খিলঞ্জীয়া অসমীয়াসকলৰ বাবে সুকীয়া জৰীপ, বিশেষ অৰ্থনৈতিক পেকেজ আদিকে ধৰি ভালেকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও ক্ষমতাত অহাৰ পিছত চৰকাৰে প্ৰতিশ্ৰুতি ৰূপায়ণ নকৰাত ক্ষুব্ধ হৈ পৰিছে গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ।

আজি কোকৰাঝাৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপৰ শিশু উদ্যানত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ ৬ ঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰি গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। অসমৰ খিলঞ্জীয়া গৰীয়া মৰিয়াসকলক বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰূপায়ণ নকৰিলে ভোট বৰ্জন কৰা হ’ব বুলি হুংকাৰ দিয়ে পৰিষদৰ জিলা সভাপতি শ্বেখ ছেলিম পাটগিৰিয়ে।

অনশনৰ অন্তত অসমৰ গৰিয়া মৰিয়া দেশী, জলহা আদি ইছলাম ধৰ্মীয় খিলঞ্জীয়া জনগোষ্ঠী সমূহক চৰকাৰীভাৱে চিনাক্তকৰনৰ বাবে সুকীয়া জৰীপ কাৰ্য্য সম্পন্ন কৰি জনজাতিকৰণ কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬ ৰ জৰিয়তে বাংলাদেশী সুৰক্ষাৰ সলনি ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্ৰৰ আধাৰত অসমৰ খিলঞ্জীয়া লোক সকলক বিশেষ সাংবিধানিক সুৰক্ষা প্ৰদান কৰা, বিধানসভা, লোকসভা, ৰাজ্যসভা আৰু প্ৰস্তাৱিত উচ্চ বিধান পৰিষদত গৰিয়া মৰিয়া দেশী সকলৰ বাবে ১০ শতাংশ আসন সংৰক্ষণ কৰা, গৰিয়া মৰিয়া দেশী সকলৰ অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক বিকাশৰ বাবে বিশেষ পেকেজ প্ৰদান কৰা, গৰীয়া মৰিয়া দেশীকে ধৰি খিলঞ্জীয়া লোক সকলৰ “ডি” ভোটাৰ যুক্ত সকলক “ডি” ভোটাৰ মুক্ত কৰা, গৰিয়া উন্নয়ন পৰিষদ কাৰ্যকৰী কৰাৰ লগতে দেশী সকলৰ বাবে সুকীয়া উন্নয়ন পৰিষদ ঘোষণা আদিকে ধৰি ৭ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd