• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সফলতা; দেশৰ প্ৰথমটো প্ৰতিষ্ঠান হিচাপে কি এই সাফল্য?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2025 10:02 am
205
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ পৰীক্ষা- নিৰীক্ষাৰ এক উল্লেখযোগ্য বিকাশ ঘটাই কলকাতাৰ ভেৰিয়েবল এনাৰ্জি চাইক্ল’ট্ৰন চেণ্টাৰ (ভি ই চি চি)ত শেহতীয়াকৈ আৰম্ভ হোৱা ছুপাৰকণ্ডাক্টিং চাইক্ল’ট্ৰন ব্যৱহাৰ কৰি পৰীক্ষা-নিৰীক্ষা কৰা ভাৰতৰ প্ৰথমটো প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়।

ভাৰতৰ অন্য আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত যেনে টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টি আই এফ আৰ) মুম্বাই, আৰু ইণ্টাৰ ইউনিভাৰ্চিটি এক্সলেৰেটৰ চেণ্টাৰ (আই ইউ এ চি), নতুন দিল্লীত সৰ্বোচ্চ ২৫০ মেগাভল্ট শক্তিলৈকে পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাক সমৰ্থন কৰিলেও ভি ই চি চি ত অতি-পৰিবাহী চাইক্লো-ট্ৰনে ৪০০-৫০০ মেগাভল্টৰ ভিতৰত ৰশ্মি শক্তিক ডি-লিভাৰিং কৰিবলৈ সক্ষম হয়।

এই উচ্চ শক্তি পাৰমাণৱিক বিভাজনৰ গতিবিদ্যাৰ গৱেষণা আগবঢ়াই নিয়াৰ বাবে তথা অন্য ভৌতিক পৰিঘটনাসমূহৰ অন্বেষণৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই অধ্যয়নে গধুৰ মৌলৰ সংশ্লেষণ বৃদ্ধি কৰিব আৰু ভৱিষ্যতে পাৰমাণৱিক ৰিয়েক্টৰ গঠনৰ সম্ভাৱনাৰ বাট দেখুৱাব।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই এই সফলতাৰ প্ৰশংসা কৰি কয় যে, “৫০০ মেগাভল্ট পৰ্যন্ত শক্তি লাভ কৰিব পৰা ভি ই চি চি ছুপাৰকণ্ডাক্টিং চাইক্ল’ট্ৰন ব্যৱহাৰ কৰি আমি আগতে গম নোপোৱা পৰমাণুবোৰে কেনে আচৰণ কৰে সেই বিষয়ে অধ্যয়ন কৰিব পাৰো। উক্ত পৰীক্ষাটো পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ এক ডাঙৰ পদক্ষেপ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণাৰ দিশৰ এক অভূতপূৰ্ব সফলতা।”

উল্লেখযোগ্য যে দুমাহ ধৰি চলি থকা এই পৰীক্ষাৰ নেতৃত্ব বহন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক কুশল কলিতাই তেওঁৰ গৱেষক শিক্ষাৰ্থী তথা ভি ই চি চিৰ ড° টি কে ঘোষ আৰু অমিত সেনৰ সহযোগত সম্পন্ন কৰে।

অধ্যাপক কুশল কলিতাই উল্লেখ কৰে যে, “ভি ই চি চি ৰ সৈতে কাম কৰি আমি পাৰমাণৱিক বিভাজনৰ এনে কিছুমান অংশ অন্বেষণ কৰিবলৈ সক্ষম হৈছো যিবোৰ ভাৰতত উপলব্ধ অন্যান্য সুবিধাসমূহে শক্তিৰ সীমা কম হোৱাৰ বাবে অধ্যয়ন কৰিব নোৱাৰে। আমাৰ বাবে তথা সমগ্ৰ ভাৰতৰ বাবে ই এক সফলতা।”

Recent News

স্বয়ম্ভূ গডমেন গুৰমীত ৰাম ৰহিমক ৪০ দিনৰ পেৰ’লত মুকলি

স্বয়ম্ভূ গডমেন গুৰমীত ৰাম ৰহিমক ৪০ দিনৰ পেৰ’লত মুকলি

বিল ল’লেই বিপদ! ৰেষ্টুৰেণ্টৰ পৰা এটিএমলৈকে ৰচিদত লুকাই আছে মাৰাত্মক ৰাসায়নিক; দাবী সমীক্ষাৰ

বিল ল’লেই বিপদ! ৰেষ্টুৰেণ্টৰ পৰা এটিএমলৈকে ৰচিদত লুকাই আছে মাৰাত্মক ৰাসায়নিক; দাবী সমীক্ষাৰ

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd