• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী বিশ্ববিদ্যালয়ত হঠাতে চাকৰি হেৰুৱালে বহু শিক্ষকে, কিন্তু কিয়?

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2021 9:24 pm
gu
378
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ক’ৰ’নাতংকৰ বাবে শৈক্ষিক খণ্ডলৈয়ো আহি পৰিছে নানা তৰহৰ ভাবুকি ।

এনে সময়তে ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ত একে সময়তে বহু কেইগৰাকী শিক্ষকে চাকৰি হেৰুওৱাৰ কথাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয় খনৰ বিভিন্ন বিভাগত পাঠদান কৰি অহা ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে।

নিৰ্দেশ অনুসৰি ৩০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ঠিকা ভিত্তিক শিক্ষকসকলৰ সেৱা বন্ধ কৰা হৈছে।ৰাজ্যপাল জগদীশ মুখীৰ নিৰ্দেশৰ ভিত্তিতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে সিদ্ধান্তৰ ফলত বিশ্ববিদ্যালয় খনৰ বহু কেইটা বিভাগত শিক্ষকৰ নাটনি হৈ থকাৰ বিষয়টোক আৰু জটিল কৰি তুলিব বুলি বহুতে আশংকা ব্যক্ত কৰিছে।

বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, এমএড আদি বিভাগত ব্যাপক প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে।

কাৰণ এই বিভাগ সমূহত পূৰ্বৰে পৰা শিক্ষকৰ নাটনি হৈ আহিছে।জানিব পৰা মতে এতিয়াও বিশ্ববিদ্যালয় খনত প্ৰায় ১৩০ টা শিক্ষকৰ পদ খালি হৈ পৰি আছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নতুন নিৰ্দেশৰ ফলত প্ৰায় ৫০ গৰাকী ঠিকা ভিত্তিক শিক্ষকে কাম হেৰুৱাব বুলি ধাৰণা কৰা হৈছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে সিদ্ধান্তত উদ্বেগ ব্যক্ত কৰিছে আছুৱেও। আছুৱে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এনে সিদ্ধান্ত পুনৰ বিবেচনা কৰি চোৱাৰ আহ্বান জনোৱাৰ লগতে বিষয়টোকলৈ ৰাজ্যপাল আৰু বিশ্ববিদ্যালয় খনৰ উপাচাৰ্যলৈ চিঠি লিখিব বুলিও জানিব পৰা গৈছে।

Recent News

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd