• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰথমবাৰৰ বাবে প্লেবয় আলোচনীৰ বেটুপাতত নগ্ন ৰাজকুমাৰী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2024 3:04 pm
জাৰ্মান ৰাজকুমাৰী জেনিয়া ফ্ল’ৰেন্স গেব্ৰিয়েলা ছফী আইৰিছ। ফটোঃ সংগ্ৰহীত।

জাৰ্মান ৰাজকুমাৰী জেনিয়া ফ্ল’ৰেন্স গেব্ৰিয়েলা ছফী আইৰিছ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনোবাই ৰাজকুমাৰী হোৱাৰ বাবেই তেওঁ সদায় ৰাজকুমাৰীৰ গাউন আৰু দেহবল্লীৰৰ ভাঁজে ভাঁজে অলংকাৰ পিন্ধি ভূমুকি মাৰিব লাগেনে? নিশ্চিতভাৱে ক’তো তেনে কথা লিখা নাই। লিখা থকাৰ কথাও নাই। ৰাণী সুলভ পোছাকৰ কথা বাদেই, গাত কাপোৰো ৰখা নাছিল জাৰ্মান ৰাজকুমাৰী জেনিয়া ফ্ল’ৰেন্স গেব্ৰিয়েলা ছফী আইৰিছে! পঢ়ি চাগে চকু কপালত উঠিছে আপোনাৰ?

দৰাচলতে জেনিয়াই ঠিক এইটোৱেই কৰিছিল। প্লেবয় আলোচনীৰ স্থানীয় সংস্কৰণৰ কভাৰত টপলেছ হৈয়েই ধৰা দিছে তেওঁ। এগৰাকী ৰাজকুমাৰী বা ৰাজপৰিয়ালৰ কোনোবাই এনে সাহসী পদক্ষেপ ল’ব পাৰে, সেয়া ভাৱিয়েই বহুতে তাজ্জৱ মানিছে!

লগতে পঢ়কঃ বিজ্ঞানৰ জটিল কথাবোৰ ভিডিঅ’ৰে বুজাই প্ৰায় ৩.৩১ কোটি টকা জিকিলে ভাৰতীয় কিশোৰীয়ে

তিনি পুৰুষ আগতে জেনিয়াৰ আজোককাক আছিল চেক্সনৰ তৃতীয় ফ্ৰেডেৰিক অগাষ্টাছ। তেওঁ ১৯৩২ চনত শেষ নিশ্বাস ত্যাগ কৰে।

জাৰ্মান আলোচনী বিল্ডক জেনিয়াই কয়, ‘মই এই কামৰ জৰিয়তে ক’ব বিচাৰো যে প্ৰতিগৰাকী মহিলাই ধুনীয়া। তৃতীয় ফ্ৰেডেৰিক অগষ্ট জীয়াই থকা হ’লে মোৰ কামত অনুমোদন দিলেহেঁতেন। কাৰণ মই শুনিছিলো যে তেওঁ বৰ ধেমেলীয়া আৰু মৰমিয়াল মানুহ। মোৰ নিজেই তেওঁৰ লগত এক অদ্ভুত সম্পৰ্ক আছে।’

কিন্তু জেনিয়া নিশ্চিত যে তেওঁৰ পৰিয়ালে এই কামটো একেবাৰেই গ্ৰহণ নকৰে। তেওঁ লগতে কয়, ‘মোৰ পৰিয়ালে যদি এই আলোচনীখনৰ এটা কপি কিনে তেন্তে মই নিশ্চিতভাৱে স্তম্ভিত হ’ম। কিন্তু আশাকৰোঁ তেওঁলোকে যেন সহ্য কৰিব।’

লগতে পঢ়কঃ আই এ এছ- আই পি এছৰ সন্তান, তথাপি কিয় সংৰক্ষণ? প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

তেওঁৰ পৰিয়ালটোৱে সদায় জেনিয়াৰ বিৰোধিতা কৰি আহিছে। জাৰ্মান বংশৰ হাউচ অৱ ৱেটিনৰ তেজ জেনিয়াৰ শৰীৰত বৈ গৈছে। জেনিয়াক লৈ আত্মজীৱনীৰো অস্বীকাৰ কৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

September 7, 2025 7:15 am
ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

September 7, 2025 6:30 am
ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

September 7, 2025 7:15 am
ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

September 7, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd