• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজ্ঞানৰ জটিল কথাবোৰ ভিডিঅ’ৰে বুজাই প্ৰায় ৩.৩১ কোটি টকা জিকিলে ভাৰতীয় কিশোৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2024 9:49 am
ছিয়া গ’ডিকা।

ছিয়া গ’ডিকা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতলৈ আহিল বিজ্ঞানৰ অস্কাৰ। ১৭ বছৰীয়া কিশোৰী ছিয়া গ’ডিকাই এই বিশেষ পুৰস্কাৰ আৰু ৪ লাখ মাৰ্কিন ডলাৰ লাভ কৰে। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় ৩.৩১ কোটি টকা। গুগলৰ সহ-প্ৰতিষ্ঠাপক চাৰ্গেই ব্ৰিন, ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ আৰু তেওঁৰ পত্নী প্ৰিচিলা চান, ৰাছিয়ান ইউৰি মিলনাৰ আৰু তেওঁৰ পত্নী জুলিয়া আৰু আমেৰিকান উদ্যোগী এনি ৱ’জচিকিৰ দ্বাৰা আৰম্ভ কৰা ব্ৰেকথ্ৰু জুনিয়ৰত অংশগ্ৰহণ কৰিছিল ছিয়াই।

মূলতঃ ই আছিল বিজ্ঞান-ভিডিঅ’ প্ৰতিযোগিতা। এই ক্ষেত্ৰত ১৭ বছৰীয়া ছোৱালীজনীক কোনেও হৰুৱাব নোৱাৰিলে। কোৱা বাহুল্য যে ছিয়াই বিশ্বৰ ১০০খন দেশৰ ২৪০০ৰো অধিক প্ৰতিযোগীক পৰাস্ত কৰি বিজ্ঞানৰ অস্কাৰ লাভ কৰে।

আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান-ভিডিঅ’ প্ৰতিযোগিতাখন জীৱন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু গণিতৰ মৌলিক ধাৰণাক কেন্দ্ৰ কৰি সৃষ্টিশীল চিন্তা আৰু যোগাযোগ দক্ষতাক কেন্দ্ৰ কৰি আয়োজন কৰা হৈছিল। ই ব্ৰেকথ্ৰু প্ৰাইজ ফাউণ্ডেশ্যনৰ ফ্লেগশ্বিপ ৩০ লাখ ডলাৰৰ ব্ৰেকথ্ৰু প্ৰাইজৰ সম্প্ৰসাৰণ, যাক ‘অস্কাৰ অৱ চাইন্স’ বুলিও কোৱা হয়।

Apply Now

দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ছিয়াই ‘যামনাকা ফেক্টৰ’ৰ জুনিয়ৰ চেলেঞ্জত জয়লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁ এগৰাকী বৃদ্ধাৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে পুনৰ বৃদ্ধৰ পৰা যুৱতীলৈ পৰিণত হয়।

ছিয়াই ককাক-আইতাকে কেন্সাৰ আৰু স্নায়ুজনিত সমস্যাৰ সৈতে অনবৰতে যুঁজি থকা দেখি অনুপ্ৰাণিত হৈছিল। ছিয়াই কয় যে চেলুলাৰ  ৰিপ্ৰগ্ৰেমিঙে বাৰ্দ্ধক্যক নিয়ন্ত্ৰণ কৰি এলানি দুৰ্বল ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ভৱিষ্যতে চেলুলাৰ ৰিপ্ৰগ্ৰেমিংক বাস্তৱত পৰিণত কৰিব পৰা সঠিক গৱেষণা কৰিবলৈ মই দৃঢ়প্ৰতিজ্ঞ। লক্ষনীয় যে ছিয়া প্ৰথম নহয়, ছয় বছৰৰ আগতে তেওঁৰ ভাতৃ সময় গডিকাও এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়লাভ কৰিছিল।

ব্ৰেকথ্ৰু প্ৰাইজ ফাউণ্ডেশ্যনে এক বিবৃতিত কয় যে ছিয়াই নোবেল বিজয়ী শ্বিনিয়া ইয়ামানাকাৰ চেলুলাৰ ৰিপ্ৰগ্ৰেমিংৰ ওপৰত কৰা গৱেষণাৰ ওপৰত ভিডিঅ’ প্ৰেজেণ্টেচনৰ বাবে ২ লাখ ৫০ হাজাৰ ডলাৰৰ কলেজ বৃত্তি লাভ কৰিব। ছিয়াৰ বিজ্ঞান শিক্ষয়িত্ৰী আৰ্কা মৌলিকে ৫০ হাজাৰ ডলাৰৰ এই পুৰস্কাৰৰ অংশ লাভ কৰিব। ছিয়াৰ স্কুল নেভাল একাডেমীয়ে কল্ড স্প্ৰিং হাৰ্বাৰ লেবৰেটৰীৰ পৰাও এক লাখ ডলাৰৰ লেব লাভ কৰিব।

খবৰ অনুসৰি, অতি সোনকালে লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত ২০২৪ চনৰ ব্ৰেকথ্ৰু বঁটা বিজয়ীসকলৰ সৈতে ছিয়াকো পুৰস্কাৰ প্ৰদান কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd