• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত জাৰ্মানীত বৈধ ঘোষণা মনোৰঞ্জনমূলক ভাঙৰ ব্যৱহাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 27, 2022 8:56 am
145
VIEWS
Share on FacebookShare on Twitter

জাৰ্মানীৰ মিত্ৰজোঁট চৰকাৰে প্ৰাপ্তবয়স্কসকলৰ মাজত মনোৰঞ্জনমূলক গাঁজাৰ ব্যৱহাৰ বৈধ কৰাৰ পৰিকল্পনাত সন্মতি দিছে।

এতিয়াৰে পৰা দেশ খনত ব্যক্তিগত ব্যৱহাৰৰ বাবে ৩০ গ্ৰাম (১ অ’জ) পৰ্যন্ত ভাং লগত ৰখাৰ অনুমতি দিয়া হ’ব। অনুজ্ঞাপ্ৰাপ্ত দোকান আৰু ফাৰ্মাচীবোৰে ভাং বিক্ৰী কৰিব পাৰিব।

অৱশ্যে এই সিদ্ধান্তটো এতিয়াও সংসদত গৃহীত হোৱা নাই। স্বাস্থ্য মন্ত্ৰী কাৰ্ল লটাৰবাকে কয় যে পৰিকল্পনাটো ২০২৪ চনত আইনত পৰিণত হ’ব পাৰে।
ইউৰোপীয় ইউনিয়নত কেৱল মাল্টাই মনোৰঞ্জনমূলক গাঁজাক বৈধতা প্ৰদান কৰিছে।

নেডাৰলেণ্ডত ডাচ্চ আইনৰ অধীনত, “কফি শ্বপ”ত কম পৰিমাণৰ গাঁজা বিক্ৰী কৰা হয়।

জাৰ্মানীয়ে প্ৰতিজন প্ৰাপ্তবয়স্ক লোককঘৰত গাঁজা গছৰ খেতিৰ অনুমতি দিব।

উল্লেখ্য যোৱা বছৰ ঘোষণা কৰা মিত্ৰজোঁট চৰকাৰৰ ইস্তাহাৰত এই পদক্ষেপৰ কথা উল্লেখ কৰা হৈছিল।
কেইবাখনো দেশে ঔষধি গাঁজাৰ সীমিত ব্যৱহাৰক বৈধতা দিছে। কানাডা আৰু উৰুগুৱেও মনোৰঞ্জনমূলক গাঁজাক বৈধতা প্ৰদান কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত, ৩৭ খন ৰাজ্য আৰু ৱাশ্বিংটন ডিচিয়ে চিকিৎসা সেৱাত গাঁজাৰ ব্যৱহাৰত বৈধতা প্ৰদান কৰিছে, আনহাতে ১৯ খন ৰাজ্যই ইয়াক মনোৰঞ্জনমূলক ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে।

Recent News

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

কেৰালা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: ট্ৰেন্স দম্পতীক জন্মৰ প্ৰমাণ পত্ৰত ‘অভিভাৱক’ হিচাপে স্বীকৃতি

কেৰালা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: ট্ৰেন্স দম্পতীক জন্মৰ প্ৰমাণ পত্ৰত ‘অভিভাৱক’ হিচাপে স্বীকৃতি

ভাৰতৰ জাতীয় ভাষা কি? সাংসদ কানিমোঝিৰ স্তম্ভিত কৰা উত্তৰ! কি ক’লে DMKৰ সাংসদগৰাকীয়ে?

ভাৰতৰ জাতীয় ভাষা কি? সাংসদ কানিমোঝিৰ স্তম্ভিত কৰা উত্তৰ! কি ক’লে DMKৰ সাংসদগৰাকীয়ে?

ৰাছিয়াই আক্ৰমণ বন্ধ নকৰিলে চলি থাকিব ড্ৰোন আক্ৰমণ! শান্তি বৈঠকৰ পিছতে সকীয়নি জেলেনস্কিৰ!

ৰাছিয়াই আক্ৰমণ বন্ধ নকৰিলে চলি থাকিব ড্ৰোন আক্ৰমণ! শান্তি বৈঠকৰ পিছতে সকীয়নি জেলেনস্কিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd