• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিলসাঁকোৰ পৰা স্থানান্তৰ কৰিব লাগিব জিঞ্জাৰ হোটেল, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2023 2:24 pm
191
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ে শিলসাঁকো উচ্ছেদৰ স্থগিত ৰখাৰ নিৰ্দেশ দিয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হোটেল জিঞ্জাৰ, অমিয় কুমাৰ দাস ইনষ্টিটউচন অৱ ছ’চিয়েল চায়েন্স আদি প্ৰতিষ্ঠানসমূহ শিলসাঁকোৰ পৰা স্থানান্তৰ কৰিব লাগিব বুলি সদৰী কৰিছে।

ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই টুইট কৰি কৈছে যে ইয়াৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।

“হোটেল জিংগাৰ, অ’কেডি ইনষ্টিটিউচন অৱ ছ’চিয়েল চেঞ্জ ইত্যাদি প্ৰতিষ্ঠানসমূহ তৎকালীনভাৱে শিলসাঁকোৰ পৰা স্থানান্তৰিত কৰাৰ পদক্ষেপ ল’বলৈ মই কামৰূপ (মহানগৰ)ৰ উপায়ুক্তক নিৰ্দেশ দিছোঁ।” মুখ্যমন্ত্ৰী শৰ্মাই কয়।

 

I have instructed the DC, Kamrup (Metro) to take steps to immediately shift institutions like Hotel Zinger, OKD Institutions of Social Change, etc. from Silsako. We must remembering Wetlands are natural solution to the global threat of climate change.

— Himanta Biswa Sarma (@himantabiswa) March 1, 2023

 

 

উল্লেখ্য যে প্ৰশাসনে শিলসাঁকোত উচ্ছেদ অভিযান চলোৱাৰ পাছতে হোটেল জিঞ্জাৰ আৰু সাংসদ বদৰুদ্দিন আজমলৰ ভূমি আৰু অন্যান্য প্ৰতিষ্ঠানসমূহকো প্ৰশাসনে লক্ষ্য কৰি ল’ব লাগিব বুলি দাবী উত্থাপন হৈছিল।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে হোটেল জিঞ্জাৰ, অমিয় কুমাৰ দাস ইনষ্টিটউচন অৱ ছ’চিয়েল চায়েন্সৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিলেও সাংসদ বদৰুদ্দিন আজমলৰ ভূ আৰু অন্যান্য সম্পত্তি সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য কৰা নাই।

ইফালে জিএমডিৰ অধ্যক্ষ নৰায়াণ ডেকাই সাংসদ বদৰুদ্দিন আজমলৰ ভূমিটো উচ্ছেদ চলোৱাৰ লগতে সকলো ভূমিক পুনৰ দখল কৰিব বুলি উল্লেখ কৰিছে।

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd