গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ইয়াৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে GCUCAT 2023 ঘোষণা কৰিছে। সেই অনুসৰি তলত সৱিশেষ দাঙি ধৰা হ’ল:-
▪️যোগ্য আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে ১০০% মাচুল ৰেহাই।
▪️১০+২ নম্বৰ আৰু GCUCAT-কে ধৰি অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ ভিত্তিত সম্পূৰ্ণ মেধাভিত্তিক নামভৰ্তি।
GCU ত প্ৰদান কৰা পাঠ্যক্ৰমসমূহ:
✅বি.টেক / বি.টেক (লেটাৰেল)
-চিভিল ইঞ্জিনিয়াৰিং
-কম্পিউটাৰ চায়েঞ্চ এণ্ড ইঞ্জিনিয়াৰিং
-ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং
-ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিং
-মেকানিকেল ইঞ্জিনিয়াৰিং
✅বি.এছ.চি
-ফিজিক্স
-কেমেষ্ট্ৰি
-মেথেমেটিকছ
-জুল’জি
-ব’টানি
-ফায়াৰ এণ্ড ছেফটি
✅বি এ
-ছ’চিঅ’লজি
-ছাইক’লজি
-ইংলিছ
-পলিটিকেল চায়েঞ্চ
-ইক’নমিকছ
-হিষ্ট’ৰী
✅বি.ফাৰ্ম
✅বি.ফাৰ্ম (প্ৰেক্টিচ)
✅বিবিএ
✅বিচিএ
✅বি.এ ইন লিবাৰেল আৰ্টছ
✅BSW (বেচেলৰ অফ ছ’চিয়েল ৱৰ্ক)
✅BMLT (বেচেলৰ অফ মেডিকেল লেব টেকন’লজি)
✅বি কম
নামভৰ্তিৰ বাবে জানিবলগীয়া থাকিলে যোগাযোগ কৰক :
📞: +91 7099004701/02/03/04/05
আমাৰ ক’মন এন্ট্ৰেন্স টেষ্টৰ বাবে এতিয়াই আবেদন কৰক আৰু নতুন যুগৰ শৈক্ষিক উৎকৰ্ষতাৰ অভিজ্ঞতা লাভ কৰক।
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ গুৱাহাটী কেম্পাছত ১৪ মে’ ২০২৩-ত অনুষ্ঠিত হ’ব GCUCAT 2023।