• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্দে ভাৰত এক্সপ্ৰেছলৈ শিল দলিওৱাৰ বাবে ভাঙিল গ্লাছ! উদ্ভণ্ডালি কৰি আটক যুৱক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 9, 2024 1:03 pm
236
VIEWS
Share on FacebookShare on Twitter

বন্দে ভাৰত এক্সপ্ৰেছ ৰেলত শিলগুটি নিক্ষেপ কৰাৰ আন এক অভিযোগ উত্থাপন হৈছে।যাৰ ফলত ট্ৰেইনৰ এখন খিৰিকীৰ কাঁচ শিলে ভাঙি পেলায়। বৰ্তমান যাত্ৰীসকল সুৰক্ষিত। এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ২২ বছৰীয়া যুৱকক।

বৃহস্পতিবাৰে নিশা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা উত্তৰাখণ্ডৰ ডেৰাডুনলৈ গৈ আছিল বন্দে ভাৰত এক্সপ্ৰেছ। ডেৰাডুনৰ পূৰ্বে খৰঞ্জা কুতুবপুৰ গাঁৱৰ ওপৰেৰে পাৰ হৈ যোৱা ট্ৰেইনখনত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। চি-৬ কোঠাৰ খিৰিকী এখনত শিলে খুন্দা মাৰিলে। খিৰিকীৰ গ্লাছত এটা ডাঙৰ ফাট মেলিলে। শিলে গ্লাছ ভাঙি ভিতৰলৈ সোমাই গ’লে যাত্ৰীসকল আহত হ’ব পাৰিলেহেঁতেন। এই ঘটনাৰ পাছতে চালকজনে মোৰাদাবাদৰ কণ্ট্ৰল ৰুমৰ সৈতে যোগাযোগ কৰে। তাত শিলগুটি নিক্ষেপ কৰাৰ খবৰ পোৱা গৈছিল। ৰেল আৰক্ষীয়েও তাৰ পৰাই তথ্য লাভ কৰে।

এই তথ্য লাভ কৰি ৰে’ল আৰক্ষীৰ এটা দলে খৰঞ্জা কুতুবপুৰ গাঁৱত উপস্থিত হয়। তাত তালাচী চলাই গ্ৰেপ্তাৰ হয় এজন ২২ বছৰীয়া যুৱকক। সন্দেহজনক লোকজনৰ নাম ছলমান। বন্দে ভাৰত ৰে’লত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে আছে। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

ৰে’ল আৰক্ষী পৰিদৰ্শক ৰবি কুমাৰ ছিৱাচে কয় যে অভিযুক্তৰ বিৰুদ্ধে ৰে’ল আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। কিয় ৰেলখনত শিলগুটি নিক্ষেপ কৰিলে, আগতেও এই কাম কৰিছিল নে নাই, এই কাণ্ডৰ লগত আন কোনোবা জড়িত আছিল নে নাই তদন্ত চলি আছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd