• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি বিশ্ব হাত ধোৱা দিৱস, কেতিয়াৰ পৰা আৰু কিয় পালন কৰা হয় এই দিৱস?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2024 12:18 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

268
VIEWS
Share on FacebookShare on Twitter

আজি বিশ্ব হাত ধোৱা দিৱস। বিশ্বজুৰি ১৫ অক্টোবৰত এই দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হাত ধোৱাৰ অভ্যাসৰ প্ৰসাৰৰ লগতে জনসচেতনতা বৃদ্ধি। এইবাৰৰ বিশ্ব হাত ধোৱা দিৱসৰ বিষয়বস্তু হৈছে ‘পৰিষ্কাৰ হাত এতিয়াও কিয় গুৰুত্বপূৰ্ণ?’

বিশ্ব জনসচেতনতা সৃষ্টি আৰু অনুপ্ৰাণিত কৰাৰ বাবে ই এক প্ৰচাৰ দিন। বিশ্ব হাত ধোৱা দিৱসৰ মূল উদ্দেশ্য হৈছে চাবোনেৰে হাত ধোৱাৰ এক উমৈহতীয়া সংস্কৃতিক সমৰ্থন আৰু প্ৰচাৰ কৰা, প্ৰতিখন দেশতে হাত ধোৱাৰ ওপৰত গুৰুত্ব দিয়া আৰু চাবোনেৰে হাত ধোৱাৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

লগতে পঢ়কঃ বিশ্ববিদ্যালয়ৰ নাম সলনি, নতুনকৈ নামকৰণ কৰা হ’ল ৰতন টাটা বিশ্ববিদ্যালয়

গ্ল’বেল হেণ্ডৱাছিং ডে’ গ্ল’বেল হেণ্ডৱাছিং পাৰ্টনাৰশ্বিপে প্ৰতিষ্ঠা কৰিছিল, আৰু ই হৈছে জটিল সময়ত মানুহক চাবোনেৰে হাত ধোৱাৰ বাবে উৎসাহিত কৰিবলৈ সৃষ্টিশীল উপায়েৰে সজাগ কৰাৰ এক সুযোগ। প্ৰতি বছৰে ১৫ অক্টোবৰত গ্লোবেল হেণ্ডৱাছিং ডে’ পালন কৰা হয়।

২০০৮ চনত প্ৰথম গ্ল’বেল হেণ্ডৱাছিং ডে’ অনুষ্ঠিত হৈছিল, য’ত বিশ্বৰ ১২ কোটিৰো অধিক শিশুৱে ৭০ খনতকৈও অধিক দেশত চাবোনেৰে হাত ধুইছিল। ২০০৮ চনৰ পৰা সম্প্ৰদায় আৰু ৰাষ্ট্ৰীয় নেতাসকলে গ্লোবেল হেণ্ডৱাছিং ডে’ৰ সহায়ত হাত ধোৱাৰ বিষয়ে প্ৰচাৰ কৰে আৰু পৰিষ্কাৰ হাতৰ গুৰুত্ব দাঙি ধৰে।

On this Global Hand Washing Day, let’s remember the importance of hand hygiene. Here are 6 critical times to wash your hands for better health.

Make handwashing a habit for a healthier future!#GlobalHandWashingDay pic.twitter.com/NFBnd6hq5J

— Ministry of Health (@MoHFW_INDIA) October 15, 2024

তেতিয়াৰ পৰাই গ্ল’বেল হেণ্ডৱাছিং ডে’ৰ প্ৰসাৰতা অব্যাহত আছে। গ্ল’বেল হেণ্ডৱাশ্বিং ডে’ৰ সমৰ্থনত চৰকাৰ, বিদ্যালয়, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, নাগৰিক সমাজৰ সংগঠন, এন জি অ’, ব্যক্তিগত সংস্থা, ব্যক্তি, আৰু অন্যান্যসকলে আগবাঢ়ি আহিছে। 

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd