• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকাশী পথেৰে ভ্ৰমণ কৰক মাত্ৰ ৮৯৯ টকাত – কিন্তু কেনেকৈ ?

মাত্ৰ ৮৯৯ টকা ন্যূনতম! গুৱাহাটীৰ পৰা প্লে’নত কৰক ভাৰত চফৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2019 8:36 pm
GoAir offers domestic flight tickets from Guwahati for minimum Rs 899

গৌএয়াৰৰ বিমানৰ ছবি। সৌজন্য-- এন ডি টিভি।

1.3k
VIEWS
Share on FacebookShare on Twitter

বেচৰকাৰী বিমান পৰিবহণ সংস্থা গৌএয়াৰে অতি কম সময়ৰ বাবে আগবঢ়াইছে অভাৱনীয় কম ভাৰাত ভাৰত ভ্ৰমণৰ সুযোগ।

গুৱাহাটীৰ পৰা ন্যূনতম ৮৯৯ টকাত আগবঢ়োৱা হৈছে বিমান চফৰৰ অ’ফাৰ।

কিন্তু এই অ’ফাৰ লাভ কৰিবলৈ আপুনি খৰধৰ কৰিব লাগিব। অহা ১ জুলাইৰ পৰা ৩০ চেপ্তেম্বৰলৈকে কৰিব লগা যাত্ৰাত আগবঢ়োৱা এই সুবিধা পোৱাৰ বাবে আপুনি টিকেট বুক কৰিব লাগিব অহা ২৩ জুনৰ ভিতৰত।

এন ডি টিভিৰ বাতৰি মতে, “GOAIR10” এই প্ৰ’ম’ ক’ডটো ব্যৱহাৰ কৰি আপুনি আৰু অতিৰিক্তভাৱে ১০ শতাংশ ৰেহাই পাব পাৰিব। কিন্তু সেই ৰেহাই কেৱল বে’ইচ ফেয়াৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব বুলি কোৱা হৈছে।

তাৰোপৰি ৩ৰ পৰা ৫ জুলাই, ৯ৰ পৰা ১৮ আগষ্ট, ২৩ৰ পৰা ২৫ আগষ্ট, ৩০ আগষ্টৰ পৰা ৩ চেপ্তেম্বৰ আৰু ৯ৰ পৰা ১৯ চেপ্তেম্বৰত এই সুবিধা উপলব্ধ নহ’ব।

গৌএয়াৰে দেশৰ ভিতৰত ভ্ৰমণৰ ক্ষেত্ৰত ৰেহাই আগবঢ়োৱা পথসমূহ:

পৰা লৈ আৰম্ভণি ভাৰা
Bagdogra Guwahati Rs. 899
Patna Ranchi Rs. 1,199
Guwahati Bagdogra Rs. 1,299
Kolkata Bhubaneswar Rs. 1,399
Guwahati Kolkata Rs. 1,418
Patna Kolkata Rs. 1,449
Kolkata Patna Rs. 1,509
Jammu Srinagar Rs. 1,509
Bagdogra Kolkata Rs. 1,589
Bengaluru Hyderabad Rs. 1,599
Ahmedabad Hyderabad Rs. 1,649
Bengaluru Kannur Rs. 1,658
Kolkata Guwahati Rs. 1,675
Kochi Mumbai Rs. 1,689
Bhubaneswar Kolkata Rs. 1,699
Kolkata Bagdogra Rs. 1,699
Jaipur Ahmedabad Rs. 1,699
Goa Mumbai Rs. 1,759
Delhi Lucknow Rs. 1,769
Chandigarh Srinagar Rs. 1,777
Mumbai Kochi Rs. 1,789
Ahmedabad Delhi Rs. 1,798
Hyderabad Ahmedabad Rs. 1,798
Hyderabad Bengaluru Rs. 1,799
Hyderabad Lucknow Rs. 1,799
Lucknow Hyderabad Rs. 1,799
Nagpur Bengaluru Rs. 1,799
Pune Ahmedabad Rs. 1,799
Hyderabad Kolkata Rs. 1,983
Kolkata Hyderabad Rs. 1,998
Ahmedabad Kochi Rs. 1,999
Bengaluru Nagpur Rs. 1,999
Kochi Ahmedabad Rs. 1,999
Lucknow Chandigarh Rs. 2,049
Bengaluru Mumbai Rs. 2,099
Ahmedabad Bengaluru Rs. 2,199
Delhi Ranchi Rs. 2,199
Jammu Delhi Rs. 2,209
Srinagar Delhi Rs. 2,249
Mumbai Bengaluru Rs. 2,299
Jaipur Hyderabad Rs. 2,299
Delhi Patna Rs. 2,398
Patna Delhi Rs. 2,398
Bengaluru Ahmedabad Rs. 2,399
Chennai Port Blair Rs. 2,473
Ahmedabad Chennai Rs. 2,498
Hyderabad Kochi Rs. 2,499
Lucknow Bengaluru Rs. 2,499
Chennai Ahmedabad Rs. 2,499
Hyderabad Delhi Rs. 2,599
Port Blair Chennai Rs. 2,599
Jaipur Mumbai Rs. 2,609
Delhi Kolkata Rs. 2,629
Delhi Bengaluru Rs. 2,649
Kannur Mumbai Rs. 2,695
Bengaluru Lucknow Rs. 2,749
Kolkata Delhi Rs. 2,828
Guwahati Delhi Rs. 2,899
Kolkata Port Blair Rs. 2,999
Delhi Guwahati Rs. 2,999
Port Blair Kolkata Rs. 2,999
Chandigarh Mumbai Rs. 3,009
Bengaluru Ranchi Rs. 3,099
Bagdogra Delhi Rs. 3,099
Mumbai Bhubaneswar Rs. 3,199
Kolkata Pune Rs. 3,199
Srinagar Mumbai Rs. 3,199
Delhi Goa  Rs. 3,200
Bengaluru Patna Rs. 3,299
Bengaluru Patna Rs. 3,299
Delhi Bagdogra Rs. 3,299
Ranchi Bengaluru Rs. 3,299
Patna Bengaluru Rs. 3,399
Mumbai Kolkata Rs. 3,409
Kolkata Mumbai Rs. 3,499
Kolkata Ahmedabad Rs. 3,499
Ranchi Mumbai Rs. 3,499
Pune Kolkata Rs. 3,499
Ahmedabad Kolkata Rs. 3,599
Port Blair Bengaluru Rs. 3,599
Mumbai Patna Rs. 3,889
Patna Mumbai Rs. 4,019
Chandigarh Bengaluru Rs. 4,309
Leh Srinagar Rs. 4,709

 

Recent News

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd