• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোডীৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য দি গ্ৰেপ্তাৰ শিক্ষক

ছফিকুল আহমেদ by ছফিকুল আহমেদ
October 30, 2018 10:05 am
123456-750x375

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তৱ্য দি আৰক্ষীৰ জালত শিক্ষক আবু তালেব। ফটো : নৰ্থইষ্ট নাও

239
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কুকুৰৰ সৈতে তুলনা কৰি ফেচবুকত পোষ্ট দিয়াৰ পাছত আৰক্ষীৰ জালত পৰিছে গোৱালপাৰাৰ লক্ষীপুৰৰ আবু তালেব নামৰ এজন শিক্ষক।

জানিব পৰা মতে, যোৱা ২৭ অক্টোবৰত লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষকজনে ফেচবুকত লিখিছিল, ‘’প্ৰধানমন্ত্ৰী মোডীৰ ডিঙিত মালা পিন্ধোৱা বা বিজেপিক ভোট দিয়া আৰু কুকুৰৰ ডিঙিত মালা পিন্ধোৱা একেই কথা।‘’

দেশৰ প্ৰধানমন্ত্ৰীগৰাকী সন্দৰ্ভত এনে আপত্তিজনক মন্তব্য প্ৰকাশ কৰা শিক্ষকজনৰ ফেচবুক পোষ্টটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত বিজেপি কৰ্মীয়ে এই সন্দৰ্ভত লক্ষীপুৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আবু তালেব নামৰ শিক্ষকজনক গ্ৰেপ্তাৰ কৰে।

আবু তালেব নামৰ শিক্ষকজনে ফেচবুকত প্ৰধানমন্ত্ৰী আৰু বিজেপি সম্পৰ্কে লিখা পোষ্টটোক লৈ বিজেপিৰ জলেশ্বৰ মণ্ডলৰ সভাপতি ছাদ্দাম হুছেইন আৰু বিজেপি কৰ্মী শশীভূষণ ব্ৰহ্মই পৃথকে পৃথকে লক্ষীপুৰ থানাত শিক্ষকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

ইপিনে, সোমবাৰে গোৱালপাৰা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে শিক্ষক আবু তালেবক তৎকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰিছে।

ইয়াৰ মাজতে গোৱালপাৰাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সোমবাৰে নৰ্থইষ্ট নাওৰ আগত জনায় যে, ‘’ আমি অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তৱ্য দিয়াৰ বাবে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছো।‘’

‘’অৱশ্যে, জেৰাৰ পাছত তেওঁক যাবলৈ অনুমতি দিয়া হৈছে। আমি আমাৰ অনুসন্ধান অব্যাহত ৰাখিছো আৰু দোষী সাৱ্যস্ত হ’লে গ্ৰেপ্তাৰ কৰা হ’ব,’’-আৰক্ষী অধীক্ষগৰাকীয়ে কয়।

Recent News

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd