• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গহপুৰ পৌৰসভা আৰু নগৰীয়া জীৱিকা গোটৰ প্ৰশিক্ষণ সামৰণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 8:55 pm
851
VIEWS
Share on FacebookShare on Twitter

গহপুৰ পৌৰসভা আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানে মহিলা আত্মসহায়ক গোটৰ লগতে ক্ষেত্ৰভিত্তিক সংঘলৈ আগবঢ়োৱা চাৰু আৰু কাৰু শিল্পৰ গ্ৰীষ্মকালীন বিনামূলীয়া প্ৰশিক্ষণৰ পৰহি অন্ত পৰে। 

গহপুৰ পৌৰসভাৰ প্ৰেক্ষাগৃহত  তিনিদিনীয়া কাৰ্যসূচীৰে গৃহিণীসকলৰ বাবে প্ৰদান কৰা উক্ত প্ৰশিক্ষণ শিবিৰ মুকলি কৰে গহপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া নমিতা বৰাই। 

নিৰ্বাচিত বিভিন্ন গোটৰ শতাধিক প্ৰশিক্ষাৰ্থীক স্ক্ৰীণ প্ৰিণ্টিং, ফেব্ৰিক ডিজাইনিং আৰু পেলনীয়া বস্তুৰ পৰা ঘৰ সজোৱা সামগ্ৰী নিৰ্মানৰ প্ৰশিক্ষণ প্ৰদান কৰে লখিমপুৰ শিমলুগুৰিৰ চিত্ৰকলা প্ৰশিক্ষক যুতি বুঢ়াগোহাঁইয়ে। 

অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সামূহিক সংগঠক কিৰণ দেৱনাথে আঁত ধৰা প্ৰশিক্ষণৰ সামৰণি কাৰ্যসূচীত গহপুৰ পৌৰসভাৰ সভাপতি অতুল বৰা, কাৰ্যবাহী বিষয়া নমিতা বৰা, বিশ্বনাথ চাৰিআলি নগৰীয়া জীৱিকা অভিযানৰ নগৰ প্ৰকল্প প্ৰৱন্ধক ড° অঞ্জনজ্যোতি বৰাই প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি মহিলাসৱলীকৰণৰ বিস্তৃত ভাষণ আগবঢ়াই সকলোকে উৎসাহিত কৰে। 

সামৰণি কাৰ্যসূচীত গহপুৰ পৌৰসভাৰ উপ-সভাপতি পুটুমাই মুদৈ হাজৰিকা, ৫ নং ৱাৰ্ড কমিছনাৰ  মুকুট ভূঞা, সামূহিক সমল ব্যক্তি নিৰ্মালি বৰদলৈ, কবিতা দাস, সহ:প্ৰশিক্ষক প্ৰিয়া গগৈ বুঢ়াগোঁহাই আৰু শিক্ষক-ফটোগ্ৰাফাৰ সঞ্জীৱ বসুমতাৰী উপস্থিত থাকে। উল্লেখ্য যে পষেক আগে নগৰ প্ৰকল্প প্ৰৱন্ধক ড° অঞ্জনজ্যোতি বৰাৰ তত্ত্বাৱধানত বিশ্বনাথ চাৰিআলিতো এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল ৰূপায়ণ হৈছিল।

Recent News

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd