• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাতীদণ্ডীত বনোৱা দেৱাল ভাঙি পেলাবলৈ এসপ্তাহ সময় দি জৰুৰী নিৰ্দেশ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2019 4:12 pm
Elephant Corridor

প্ৰতিনিধিত্বমূলক ফটো।

1.2k
VIEWS
Share on FacebookShare on Twitter

নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই ইয়াৰ উপ-নগৰী (টাউনশ্বিপ)ৰ পৰিসৰ বৃদ্ধিৰ অংশ হিচাপে নিৰ্মাণ কৰা এখন প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী ৱাল এসপ্তাহৰ ভিতৰত ভাঙি পেলাবলৈ জৰুৰী নিৰ্দেশ দিছে গোলাঘাট প্ৰশাসনে।

গোলাঘাট জিলা উপায়ুক্তৰ দ্বাৰা জাৰি কৰা এই নিৰ্দেশটো হাতী অহা-যোৱা কৰা পথত নিৰ্মাণ কৰা এই ৱালখন ভাঙিবলৈ দিয়া ন্যায়ালয়ৰ এটা নিৰ্দেশ কাৰ্য্যকৰী কৰণৰ পদক্ষেপ।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ এটা নিৰ্দেশ ৰদ কৰিবলৈ ৰিফাইনেৰিয়ে জনোৱা আৱেদন যোৱা ১৯ জানুৱাৰিত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল। তাৰ পিছতে ৱালখন ভাঙি পেলোৱাটো নিশ্চিত হয় আৰু গোলাঘাট প্ৰশাসনে ১৪ ফেব্ৰুৱাৰিত এসপ্তাহ সময় ধৰি দি এটা জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰে ৰিফাইনেৰি কৰ্তৃপক্ষলৈ।

এই ৱালখন হাতীদণ্ডীত বনোৱা দেৱাল ভাঙি পেলাবলৈ এসপ্তাহ সময় দি জৰুৰী নিৰ্দেশ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষলৈ। পত্ৰখন ৰিফাইনেৰি কৰ্তৃপক্ষৰ মুখ্য মহাপ্ৰবন্ধকলৈ সম্বোধন কৰাৰ উপৰি ইয়াৰ এটা প্ৰতিলিপি বোকাখাত মহকুমাৰ মহকুমাধিপতি (এছ ডি অ’)লৈ প্ৰেৰণ কৰা হয়।

নিৰ্দেশনাটোত “সম্পূৰ্ণ ৱালখন” ভাঙিবলৈ কোৱাৰ লগতে ইয়াৰ বাবে দখল কৰা মাটিখিনিত যিকোনো বেৰাৰ পৰা মুক্ত ৰাখিবলৈ কোৱা হৈছে, যাতে হাতীবোৰ অহা-যোৱা কৰোঁতে কোনো অসুবিধা নাপায়।

বিষয়টো “জৰুৰী” বুলি বিবেচনা কৰিবলৈও পত্ৰখনত কোৱা হয়।

Recent News

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ৰোড শ্ব’ৰ সময়ত খুন্দিয়ালে বাইকে; কামিহাড়ত গুৰুতৰ আঘাত, চিকিৎসালয়ত ভৰ্তি প্ৰশান্ত কিশোৰ

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

ছালৰ পৰা ক’লা দাগ কিদৰে দূৰ কৰিব? জানো আহক

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

মোডী অবিহনে বিজেপিয়ে ১৫০খন আসনতো জিকিব নোৱাৰে; RSSক প্ৰত্যুত্তৰ নিশিকান্ত ডুবেৰ!

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd