• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানুহে মানুহৰ বাবে! গৃহবন্দী হৈ থকা ক’ভিড ৰোগীক বিনামূলীয়া খাদ্য যোগান হৃদয়ৱান যুৱকৰ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
May 25, 2021 7:06 am
Biswajit Gogoi

ঘৰতে থকা ক'ভিড ৰোগীক বিনামূলীয়া খাদ্য যোগান গোলাঘাটৰ যুৱক বিশ্বজিত গগৈৰ। ফটো: নৰ্থইষ্ট নাও।

265
VIEWS
Share on FacebookShare on Twitter

মানৱ জাতিৰ এই  চৰম সংকটৰ দিনত গোলাঘাটৰ এজন হৃদয়বান যুৱক আগবাঢ়ি আহিছে মানৱ সেৱাৰ দৰে মহান ধৰ্ম পালন কৰাৰ মানসিকতাৰে।

যুৱকজন হৈছে বিশ্বজিত গগৈ। কিউজিন চেলেঙী ৰ উদ্যোগত এই যুৱকজনে গোলাঘাটত কৰ’নাত আক্ৰান্ত হৈ গৃহবন্দী হৈ থকা ক’ভিড ৰোগী সকললৈ বিনামূলীয়া খাদ্যৰ যোগান ধৰি মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।

সম্পূৰ্ণ সুৰক্ষিত তথা স্বাস্থ্যসন্মত,স্পৰ্শহীন, বীজাণু নিষ্কাষিত এই পেকেজিং খাদ্য লাভ কৰিবলৈ বা তেওঁৰ লগত সংযোগ স্থাপন কৰিবলৈ ৭০০২৭৯৫৩৬১ এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

সোমবাৰৰ দিনটোত ৩০ জন ক’ভিড ৰোগীক খাদ্য যোগান ধৰা বিশ্বজিত গগৈক  সহায় কৰিবলৈ আগবাঢ়ি আহিছে গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সীমান্তজ্যোতি গগৈ আৰু উপ-সভাপতি আকাশ ফুকনে।

উল্লেখ্য যে, যুৱকজনে নিজে ঘৰে ঘৰে গৈ আক্ৰান্তিত লোকসকলক খাদ্য যোগান ধৰা দেখা গৈছে। তেওঁৰ এই মহান কৰ্মৰাজিক সকলোৱে প্ৰশংসা কৰাৰ লগতে  চ’ছিয়েল মিডিয়াতো ব্যাপক চৰ্চা লাভ কৰিছে।

Recent News

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd