• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এগৰাকী মালায়ালম অভিনেত্ৰীক সন্মান জনাইছে গুগলে; কোন তেওঁ? জানক সৱিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2023 12:20 pm
171
VIEWS
Share on FacebookShare on Twitter

আজি ৰাতিপুৱাৰ পৰা গুগল ডুডলত দেখা গৈছে এগৰাকী মহিলাৰ ছবি। গুগলৰ হোম পেজ খুলিলেই দেখা গৈছে এগৰাকী মহিলাৰ গ্ৰাফিক্স। পৰিধানত শাৰী আৰু মুগা ব্লাউজ। পিছপিনে পুৰণি দিনৰ চিনেমাৰ ৰিল। তাৰ ওপৰত লিখা ৰৈছে গুগল। আৰু এই ৰীলৰ ওপৰত আৰু তলত ফুলৰ সজ্জা। এই গ্ৰাফিক্সত ক্লিক কৰিলে পেজ এটা খোলে। তাত তেওঁৰ বিষয়ে বিৱৰণ আছে।

তেওঁ পি কে ৰোজি। আজি তেওঁৰ ১২০ তম জন্ম জয়ন্তী। তেওঁৰ জন্ম হৈছিল ১৯০৩ চনত। তিৰুৱন্তপুৰমৰ ৰাজম্মাত জন্ম। আগতে এইটো কেৰালাৰ ত্ৰিভাদ্ৰামৰ অংশ আছিল। আজি গুগলে জনায়, “আজিৰ ডুডলে পি কে ৰোজিক সন্মান জনাইছে। যি মালায়ালম চলচ্চিত্ৰৰ প্ৰথম মহিলা মুখ্য চৰিত্ৰত পৰিগণিত হৈছিল।‘’

সেই সময়ত তেওঁ এগৰাকী মালায়ালম অভিনেত্ৰী আছিল। তেওঁ বহুতো বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এগৰাকী শিল্পী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোক হোৱাৰ বাবে তেওঁ কঠোৰ প্ৰতিৰোধৰ সন্মুখীন হৈছিল। তেওঁৰ পিতৃ আৰু মাতৃয়ে শ্ৰমিক হিচাপে কাম কৰিছিল। তেওঁ কঠোৰ সংগ্ৰামৰ মাজেৰে চিনেমাৰ জগতত ভৰি দিছিল।

তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল বিগতকুমাৰন। ছবিখন ১৯২৮ চনত মুক্তি দিয়া হৈছিল। ছবিখনৰ মুক্তিৰ পিছত তেওঁ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল।  এগৰাকী দলিত মহিলাক নায়াৰৰ চৰিত্ৰত দেখি জনতা ক্ষুব্ধ হৈ পৰিছিল। চলচ্চিত্ৰখনৰ উদ্বোধনী অনুষ্ঠানত শিল নিক্ষেপ কৰা হৈছিল। তেওঁ জীৱনৰ প্ৰতিটো পদক্ষেপতে বহুতো সমস্যাৰ সন্মুখীন হৈছিল।

New Google Doodle has been released: "P.K. Rosy's 120th Birthday" 🙂#google #doodle #designhttps://t.co/3Ru3keQVzg pic.twitter.com/z8b9NFNBs0

— Google Doodles EN (@Doodle123_EN) February 9, 2023

তেওঁ বহুতো ভাল কাম কৰি গৈছে। তেওঁ দ্ৰুততাৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল। কিন্তু বিতৰ্কই তেওঁক লগ এৰা নাছিল। তেওঁৰ উপস্থিতিৰ বাবে অনুষ্ঠান বৰ্জন কৰা হৈছে। অভিনয়ৰ অপৰাধৰ বাবে উচ্চ বৰ্ণৰ মানুহে তেওঁৰ ঘৰ জ্বলাই দিছে। তেওঁ ট্ৰাকত উঠি পলাই গৈছিল। তেওঁ জীৱনৰ প্ৰতিটো পদক্ষেপতে বহুতো সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল।

আজি গুগলে এই মহান ব্যক্তিগৰাকীক সন্মান জনাইছে। আজি তেওঁৰ জন্মদিনত গুগল ডুডলটো সুশোভিত কৰা হৈছে। এনে এক বিশেষ দিনত বা এজন বিশেষ ব্যক্তিৰ জন্মদিন বা মৃত্যু বাৰ্ষিকীত তেওঁক সন্মান জনোৱাৰ বাবে গুগলত এক বিশেষ আভাস পোৱা যায়। বিশেষ উৎসৱত গুগলত চমক দেখা যায়। বিশেষ গ্ৰাফিক্স ওলায়। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আজি এই বিশেষ দিনটোত গুগল সজোৱা হৈছে, আজি গুগলে এই মালায়ালম অভিনেত্ৰীগৰাকীক সন্মান জনাইছে।

Recent News

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd