• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এগৰাকী মালায়ালম অভিনেত্ৰীক সন্মান জনাইছে গুগলে; কোন তেওঁ? জানক সৱিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2023 12:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাতিপুৱাৰ পৰা গুগল ডুডলত দেখা গৈছে এগৰাকী মহিলাৰ ছবি। গুগলৰ হোম পেজ খুলিলেই দেখা গৈছে এগৰাকী মহিলাৰ গ্ৰাফিক্স। পৰিধানত শাৰী আৰু মুগা ব্লাউজ। পিছপিনে পুৰণি দিনৰ চিনেমাৰ ৰিল। তাৰ ওপৰত লিখা ৰৈছে গুগল। আৰু এই ৰীলৰ ওপৰত আৰু তলত ফুলৰ সজ্জা। এই গ্ৰাফিক্সত ক্লিক কৰিলে পেজ এটা খোলে। তাত তেওঁৰ বিষয়ে বিৱৰণ আছে।

তেওঁ পি কে ৰোজি। আজি তেওঁৰ ১২০ তম জন্ম জয়ন্তী। তেওঁৰ জন্ম হৈছিল ১৯০৩ চনত। তিৰুৱন্তপুৰমৰ ৰাজম্মাত জন্ম। আগতে এইটো কেৰালাৰ ত্ৰিভাদ্ৰামৰ অংশ আছিল। আজি গুগলে জনায়, “আজিৰ ডুডলে পি কে ৰোজিক সন্মান জনাইছে। যি মালায়ালম চলচ্চিত্ৰৰ প্ৰথম মহিলা মুখ্য চৰিত্ৰত পৰিগণিত হৈছিল।‘’

সেই সময়ত তেওঁ এগৰাকী মালায়ালম অভিনেত্ৰী আছিল। তেওঁ বহুতো বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এগৰাকী শিল্পী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোক হোৱাৰ বাবে তেওঁ কঠোৰ প্ৰতিৰোধৰ সন্মুখীন হৈছিল। তেওঁৰ পিতৃ আৰু মাতৃয়ে শ্ৰমিক হিচাপে কাম কৰিছিল। তেওঁ কঠোৰ সংগ্ৰামৰ মাজেৰে চিনেমাৰ জগতত ভৰি দিছিল।

Apply Now

তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল বিগতকুমাৰন। ছবিখন ১৯২৮ চনত মুক্তি দিয়া হৈছিল। ছবিখনৰ মুক্তিৰ পিছত তেওঁ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল।  এগৰাকী দলিত মহিলাক নায়াৰৰ চৰিত্ৰত দেখি জনতা ক্ষুব্ধ হৈ পৰিছিল। চলচ্চিত্ৰখনৰ উদ্বোধনী অনুষ্ঠানত শিল নিক্ষেপ কৰা হৈছিল। তেওঁ জীৱনৰ প্ৰতিটো পদক্ষেপতে বহুতো সমস্যাৰ সন্মুখীন হৈছিল।

New Google Doodle has been released: "P.K. Rosy's 120th Birthday" 🙂#google #doodle #designhttps://t.co/3Ru3keQVzg pic.twitter.com/z8b9NFNBs0

— Google Doodles EN (@Doodle123_EN) February 9, 2023

তেওঁ বহুতো ভাল কাম কৰি গৈছে। তেওঁ দ্ৰুততাৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল। কিন্তু বিতৰ্কই তেওঁক লগ এৰা নাছিল। তেওঁৰ উপস্থিতিৰ বাবে অনুষ্ঠান বৰ্জন কৰা হৈছে। অভিনয়ৰ অপৰাধৰ বাবে উচ্চ বৰ্ণৰ মানুহে তেওঁৰ ঘৰ জ্বলাই দিছে। তেওঁ ট্ৰাকত উঠি পলাই গৈছিল। তেওঁ জীৱনৰ প্ৰতিটো পদক্ষেপতে বহুতো সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল।

আজি গুগলে এই মহান ব্যক্তিগৰাকীক সন্মান জনাইছে। আজি তেওঁৰ জন্মদিনত গুগল ডুডলটো সুশোভিত কৰা হৈছে। এনে এক বিশেষ দিনত বা এজন বিশেষ ব্যক্তিৰ জন্মদিন বা মৃত্যু বাৰ্ষিকীত তেওঁক সন্মান জনোৱাৰ বাবে গুগলত এক বিশেষ আভাস পোৱা যায়। বিশেষ উৎসৱত গুগলত চমক দেখা যায়। বিশেষ গ্ৰাফিক্স ওলায়। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আজি এই বিশেষ দিনটোত গুগল সজোৱা হৈছে, আজি গুগলে এই মালায়ালম অভিনেত্ৰীগৰাকীক সন্মান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd