• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Google-অৰ মতে, পাকিস্তানৰ ৰাষ্ট্ৰীয় পতাকাই হ’ল আটাইতকৈ উত্তম টয়লেট পেপাৰ

২০১৫ চনত top 10 criminals হিচাপে প্ৰধান মন্ত্ৰী মোদীক প্ৰদৰ্শন কৰি ক্ষমা খুজিছিল Google-এ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 17, 2019 11:04 am
Pakistan Flag as best toilet paper_2

Google ছাৰ্চ ইঞ্জিনৰ এটা স্ক্ৰীনশ্বট।

794
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ এক নম্বৰৰ ছাৰ্চ ইঞ্জিন গুগলে ইয়াৰ য়ুজাৰ ছাৰ্চড আইটেমৰ তালিকাত পাকিস্তানৰ ৰাষ্ট্ৰীয় পতাকাক বিশ্বৰ আটাইতকৈ উত্তম টয়লেট পেপাৰ হিচাপে দেখুৱাইছে। গুগলৰ এই কাণ্ডই বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমৰ মনোযোগ লাভ কৰে।

best toilet paper in the world বাক্যাংশৰে সন্ধান কৰি ইমেইজ নিৰ্বাচন কৰিলে পাকিস্তানৰ ৰাষ্ট্ৰীয় পতাকাৰ অসংখ্য ছবি দেখুৱাই দিয়ে ছাৰ্চ ইঞ্জিনটোৱে।

ইপিনে তিনিদিন পূৰ্বে পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা কাশ্মীৰৰ পুলৱামাত সংঘটিত ভয়ংকৰ আত্মঘাতী বোমাৰ আক্ৰমণত ক্ষুভিত হৈ থকা সমগ্ৰ দেশৰ লগতে উত্তৰ-পূব তথা অসমৰ ছ’চিয়েল মিডিয়া য়ুজাৰে ব্যাপক হাৰত পাকিস্তানৰ বাবে লজ্জাজনক ঘটনাটো শ্বেয়াৰ কৰিছে।

সন্ত্ৰাসবাদক সাৰ-পানী যোগাই অহা পাকিস্তানৰ ৰাষ্ট্ৰীয় পতাকাক এইদৰে indexing কৰাটো ছাৰ্চ ইঞ্জিনটোৰ অবাঞ্ছিত ভুলৰ প্ৰতিফলন নে আন কিবা সেয়া অৱশ্যে এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই।

২০১৫ চনত বিশ্বৰ প্ৰভাৱশালী ছাৰ্চ ইঞ্জিনটোৱে top 10 criminals হিচাপে কৰা সন্ধানৰ ৰিজাল্টত নিহত সন্ত্ৰাসবাদী ওচামা বিন লাডেনৰ লগতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবিও প্ৰদৰ্শন কৰি পিছত ক্ষমা খুজিছিল।

Recent News

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd