• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈ গৰু বিহু, কিদৰে অসমীয়াই পালন কৰিব এই বিহু?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2025 8:00 am
167
VIEWS
Share on FacebookShare on Twitter

কাইলৈ গৰু বিহু। চ’ত মাহ আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমীয়া গ্ৰাম্য জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। সেই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হ’ব গৰু বিহু ।

গাওঁৰ কৃষক সকলে সাতমপুৰুষীয়া ৰীতি নীতি অনুসৰি কাইলৈ পালন কৰিব গৰু বিহু । কৃষকসকলে পুৱাতেই ওচৰৰ নৈ, বিল, পুখুৰীত গা ধুৱাই উদযাপন কৰিব বিহু । গৰুক গা ধুৱাই লাওঁ বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গাব – লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ গৰু ।

উল্লেখ্য যে গৰু বিহু উদযাপনৰ দিনা সন্ধিয়া গোহালিৰ গৰু কেইটাক নতুন পঘাৰে বন্ধা হয়। লোক বিশ্বাস অনুসৰি, গৰুক বন্ধা নতুন পঘাত মাহ, হালধি, তেল সানি দিলে গৰুৰ বহু ৰোগ প্ৰতিৰোধ হয়। গৃহস্থই খেৰ, বিহলঙনী আদিৰে জাগ জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়াৰ পৰম্পৰাও আছে।

বিহুক লৈ চাৰিওফালে উৎসাহ উদ্দীপনা দেখা গৈছে। চহৰত থকা বহু লোকে চহৰ এৰি গাঁৱলৈ ঢাপলি মেলিছে। অসমীয়াৰ বাপতি সাহোন বিহুটিক লৈ সকলোৰে মনত দেখিবলৈ পোৱা গৈছে উছাহ উদ্দীপনা।

Recent News

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

লোমহৰ্ষক! শেষ দেখা বু্লি প্ৰেমিকাক হোটেললৈ মাতি আনি কি সৰ্বনাশী কাণ্ড প্ৰেমিকৰ

৮ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৫ হাজাৰ কোটি টকাৰ ক’লা ধন উদ্ধাৰ

৮ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৫ হাজাৰ কোটি টকাৰ ক’লা ধন উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd