• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বে-আইনী ভাৱে চলিছে চৰকাৰৰ বাল্যবিবাহ বিৰোধী অভিযান: অভিযোগ অখিল গগৈৰ

সদিচ্ছা নাই, বাতৰিৰ শিৰোনামত থাকিবলৈহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাইছে এই অভিযান!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2023 8:55 pm
Akhil Gogoi
161
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযান সন্দৰ্ভত পুনৰ সমালোচনাত মুখৰ হৈ পৰিছে বিধায়ক অখিল গগৈ। আজি অসম বিধান সভা চৌহদত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে বাল্যবিবাহৰ দোহাই দি ৰাজ্য চৰকাৰে আইন উলংঘা কৰিছে বুলি অভিযোগ কৰে।

বিধায়ক গৰাকীয়ে আজি বিধান সভাৰ ভিতৰতো এই বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰা বুলি সদৰী কৰে। বিধায়ক অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় বাতৰিৰ শিৰোনামা দখল কৰি ৰাখিবৰ বাবে চেষ্টা কৰে আৰু তাৰেই এক অংশ বাল্যবিবাহৰ বিৰুদ্ধে এই অভিযান।

তেওঁ লগতে অসম চৰকাৰৰ এই অভিযান কেনেদৰে আইন বিৰুদ্ধ, সেই বিষয়েও বাখ্যা কৰে। তেওঁ কয় যে Prohibition of Child Marriage Act 2006 ৰ ১৫ নং দফাৰ অধীনত ষ্পষ্টভাৱে কোৱা হৈছে যে বাল্যবিবাহ ৰোধ কৰিবৰ বাবে Prohibition Officer থাকিব লাগে।

কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এই Prohibition Officer নিযুক্তিয়েই দিয়া নাছিল বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে যোৱা ফেব্ৰুৱাৰী মাহত তেখেতৰ লগতে বিৰোধী নেতাসকলে এই বিষয়টোৰ ওপৰত চৰকাৰক প্ৰশ্ন কৰাৰ পাছত চৰকাৰে ততাতৈয়াকৈ গাওঁ পঞ্চায়তৰ সচিব সকলক Prohibition Officer হিচাপে নিযুক্তি দিছিল বুলিও মন্তব্য কৰে।

কিন্তু বিধায়ক গগৈয়ে আইনৰ উদ্ধৃতি দি উল্লেখ কৰে যে ১৫ নং দফাৰ ভিতৰতে উল্লেখ আছে যে গাওঁ পঞ্চায়তৰ সচিবজন সহকাৰী Prohibition Officer হিচাপেহে থাকিব পাৰে। চৰকাৰে এনে এক ভুল কেনেকৈ কৰিব পাৰে বুলি প্ৰশ্ন কৰি বিধায়ক গগৈয়ে ইয়াৰ দ্বাৰাই চৰকাৰৰ প্ৰকৃততে বাল্যবিবাহ ৰোধৰ কোনো সদিচ্ছা নথকাৰ কথা প্ৰতিপন্ন হয় বুলি দাবী কৰে।

বিধায়ক অখিল গগৈয়ে লগতে চৰকাৰে এতিয়ালৈকে বাল্যবিবাহ প্ৰতিৰোধ আইনৰ বিধি সমূহো প্ৰস্তুত কৰা নাই বুলি অভিযোগ কৰিছে। তদুপৰি Prohibition Officer সকলকো বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা বা প্ৰচাৰ অভিযান চলাবলৈও কোনো দ্বায়িত্ব দিয়া নাই বুলি মন্তব্য কৰিছে অখিল গগৈয়ে।

Recent News

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd