• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰাপত্তাত সুৰুঙা আছিল, সৰ্বদলীয় বৈঠকত স্বীকাৰ কৰিলে চৰকাৰে; কি কাৰণ জনালে?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 25, 2025 8:26 am
নিৰাপত্তাত সুৰুঙা আছিল, সৰ্বদলীয় বৈঠকত স্বীকাৰ কৰিলে চৰকাৰে; কি কাৰণ জনালে?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰাপত্তা ব্যৱস্থাত ডাঙৰ ত্ৰুটি ঘটিছিল। স্থানীয় ট্যুৰ অপাৰেটৰে প্ৰশাসনৰ অজ্ঞাতে পৰ্যটকৰ বাবে পথ মুকলি কৰাৰ সময়তে পেহেলগামত আক্ৰমণৰ সুৰুঙা সৃষ্টি হয়। খবৰ অনুসৰি বৃহস্পতিবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত কেন্দ্ৰীয় চৰকাৰে এই কথা স্বীকাৰ কৰিছে। সূত্ৰ অনুসৰি বিৰোধী দলৰ নেতাসকলক এই বিষয়ে অৱগত কৰা হৈছে।

জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত আলোচনাৰ বাবে অনুষ্ঠিত হোৱা বৈঠকৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ‘আমি এই আক্ৰমণ ৰোধ কৰিব নোৱাৰাৰ বাবে এই বৈঠক আহ্বান কৰিছো।‘

বৃহস্পতিবাৰে সন্ধিয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত অমিত শ্বাহ, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, ৰাজ্যসভাৰ বিৰোধী দলপতি মাল্লিকাৰ্জুন খৰ্গেৰ লগতে আন কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকে।

চৰকাৰে জনোৱা মতে, অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে প্ৰতি বছৰে জুন মাহত এই পথটো পৰ্যটকৰ বাবে মুকলি কৰা হয়। কিন্তু এইবাৰ স্থানীয় পৰ্যটন কোম্পানীসমূহে প্ৰশাসনক অৱগত নকৰাকৈয়ে আগতীয়াকৈ অৰ্থাৎ ২০ এপ্ৰিলৰ পৰা পৰ্যটকৰ বুকিং ল’বলৈ আৰম্ভ কৰিলে। ইয়াৰ ফলত প্ৰশাসনে নিৰাপত্তা বাহিনী নিয়োগ কৰিব নোৱাৰিলে।

তদুপৰি, আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱা ব্যুৰোৰ সঞ্চালকেও এই বৈঠকত ১৫ মিনিটৰ এক উপস্থাপন আগবঢ়ায়।

ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰে যে ‘সেই সময়ত অঞ্চলটোত এজনো নিৰাপত্তা বাহিনীৰ সদস্য কিয় নাছিল?’ আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিঙে কয় যে ‘প্ৰশ্নটো হ’ল ইমান ডাঙৰ গাফিলতি কেনেকৈ হ’ল। চৰকাৰে কৈছে যে স্থানীয় পৰ্যটন ব্যৱসায়ীয়ে নিজেই পথ মুকলি কৰিছিল অথচ প্ৰশাসনৰ খবৰেই নাছিল।‘

বৈঠকত সকলো বিৰোধী দলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত চৰকাৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ সন্মতি প্ৰকাশ কৰে। অৱশ্যে কেন্দ্ৰীয় শাসকীয় দল বিজেপিক ‘হিন্দু-মুছলমান ইছ্যু’ বুলি গণ্য কৰাৰ পৰা বিৰত থাকিবলৈ বিৰোধীয়ে আহ্বান জনায়।

এই বৈঠকত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গেই কয় যে এই বৈঠকত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব লাগিছিল। কাৰণ তেওঁ চূড়ান্ত সিদ্ধান্ত লয়, আৰু সেয়েহে তেওঁ আনৰ পৰা জনাৰ পৰিৱৰ্তে নিজেই শুনিব আৰু বুজিব লাগিছিল।’ ইয়াৰ সমান্তৰালকৈ সঞ্জয় সিঙে এই প্ৰশ্নও উত্থাপন কৰে যে ‘আজি বিহাৰত প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছিল। সেইটো বেছি গুৰুত্বপূৰ্ণ নেকি?’

এই বৈঠকত AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিও উপস্থিত থাকে। তেওঁ প্ৰশ্ন কৰে, ‘আক্ৰমণৰ পিছত দ্ৰুত প্ৰতিক্ৰিয়া বাহিনী পঠিয়াবলৈ ইমান দেৰি কিয় হ’ল?’ তেওঁ আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত পাকিস্তানৰ বিৰুদ্ধে আকাশ আৰু সাগৰীয় অৱৰোধ জাৰি কৰাৰ কথাও কয়। তেওঁৰ মন্তব্য, ‘সিন্ধু জল সন্ধি স্থগিত ৰখাটো ঠিকেই আছে, কিন্তু আমি অতিৰিক্ত পানী ক’ত ৰাখিম?’

বৈঠকৰ অন্তত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সাংবাদিকৰ আগত কয় যে, “সভাত চোৰাংচোৱা ব্যুৰো আৰু গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলে ভৱিষ্যতে নিৰাপত্তাজনিত ভুল আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়াইছে।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

September 1, 2025 8:50 pm
নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

September 1, 2025 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd