• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয় সমূহে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰা পালে অনুমতি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2020 10:28 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.2k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে গৃহ মন্ত্ৰ্যালয়ে বৰ্তমান দেশত প্ৰযোজ্য হৈ থকা আনলক-২ৰ সময়তে বিশ্ববিদ্যালয় আৰু আন আন শিক্ষা প্ৰতিষ্ঠান সমূহক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰে।

এই সন্দৰ্ভত মন্ত্ৰ্যালয়ে জানিবলৈ দি কয় যে বিশ্ববিদ্যালয় আৰু আন আন প্ৰতিষ্ঠান সমূহক পৰীক্ষাৰ আয়োজন কৰাৰ অনুমতি প্ৰদানৰ বাবে কেন্দ্ৰীয় উচ্চ শিক্ষা সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে।

মন্ত্ৰ্যালয়ে কয়, ‍‘চূড়ান্ত পৰীক্ষা সন্দৰ্ভত য়ুজিচি আৰু বিশ্ববিদ্যালয়ৰ একাডেমিক কেলেণ্ডাৰৰ গাইডলাইন আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে মঞ্জুৰ প্ৰদান কৰা উন্নত কাৰ্যকৰী প্ৰক্ৰিয়া ( Standard Operative Procedure) অনুসাৰি অনুষ্ঠিত কৰিব লাগিব’।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে যোৱা ২৫ মাৰ্চৰ পৰা দেশত জাৰি কৰা হৈছিল লকডাউন। আৰু তেতিয়াৰ পৰাই আজি পৰ্যন্ত বিশ্ববিদ্যালয় তথা অন্য প্ৰতিষ্ঠান সমূহে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল।

গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশনাৰ পিছতে এতিয়া য়ুজিচিয়ে অতি শীঘ্ৰে সংশোধিত গাইডলাইন জাৰি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

বৰ্তমান সময়ত দেশত আনলক-২ প্ৰযোজ্য হৈ আছে। কনটেইনমেণ্ট জ’ন সমূহক বাদ দি বাকী অঞ্চল সমূহত সকলো ধৰণৰ কাম-কাজ চলি আছে যদিও এতিয়াও বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় তথা আন আন শিক্ষানুষ্ঠান বন্ধ হৈ আছে।

Recent News

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd