• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোমবাৰৰ পৰা নাগালেণ্ডত নীতি নিৰ্দেশনাৰ মাজেৰে চৰকাৰী কাৰ্য্যালয়লৈ উভতিব কৰ্মচাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2020 8:18 pm
Office-620x375
1.3k
VIEWS
Share on FacebookShare on Twitter

সচিবালয় আৰু পৰিদৰ্শকৰ কাৰ্য্যালয়কে ধৰি নাগালেণ্ডৰ সকলো চৰকাৰী কাৰ্য্যালয় সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব।

শনিবাৰে এখন স্মাৰকপত্ৰত মুখ্য সচিৱ তেমজেন ত’য়ে ৰাজ্যখনৰ সকলো প্ৰশাসনিক বিভাগক নিৰ্দিষ্ট পদ্ধতি আৰু নীতি নিৰ্দেশনাৰ মাজেৰে কাৰ্য্যালয়লৈ অহাৰ বাবে আহ্বান জনাইছে।

আনহাতে, যিসকল লোকে নিৰ্দিষ্ট দিনত কাৰ্য্যালয়ত উপস্থিত থাকিব নোৱাৰে তেওঁলোকে ঘৰৰ পৰাই টেলিফোন অথবা অন্য ইলেক্ট’নিক মাধ্যমৰ যোগেৰে উপলব্ধ হৈ থাকিব লাগিব।

তদুপৰি, চৰকাৰে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় কাৰ্য্যপন্থা হাতত লোৱাৰ বাবেও বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।

নাগালেণ্ডৰ গৃহ বিভাগৰ মুখ্য সচিৱ অভিজিত সিনহাই বৰ্তমানলৈ নাগালেণ্ডত মুঠ ৭০ টা ক’ৰ’না ভাইৰাছৰ  পৰীক্ষা কৰা হৈছে আৰু সকলোবোৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে বুলি জনায়।

সিনহাই ৰাজ্যখনৰ মুখ্য মন্ত্ৰী নেফিউ ৰিঅ’ই শনিবাৰে ৰাজ্যখনৰ সকলো জিলাৰ উপায়ুক্ত সকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ সহায়ত বাৰ্তালাপ কৰি ক’ৰ’নাৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লোৱাৰ লগতে জিলা সমূহক সষ্টম হৈ থকাৰ বাবে আহ্বান জনায়।

Recent News

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd