• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত বিৰোধীৰ প্ৰতিবাদত বাতিল হ’ল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক, ২০১৯

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 4, 2022 7:37 am
139
VIEWS
Share on FacebookShare on Twitter

বিৰোধীৰ প্ৰতিবাদৰ ফলতে চৰকাৰে ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক খন বাতিল কৰিবলৈ বাধ্য হ’ল। এই বিধেয়ক খনৰ জৰিয়তে মানুহৰ যিকোনো ব্যক্তিগত তথ্য একপ্ৰকাৰ ৰাজহুৱা কৰিব লাগিলহেঁতেন।

কিন্তু যুটীয়া সংসদীয় সমিতিয়ে বিধেয়কখনত ৮১ টা সংশোধনৰ পৰামৰ্শ দিয়াৰ পিছতে বিধেয়কখন বাতিলৰ সিদ্ধান্ত লোৱা হয়। উল্লেখ্য বিধেয়কখনে ব্যক্তিগত তথ্য লাভত সহায় কৰিলেহেঁতেন। যাৰ ফলত এজন ব্যক্তিৰ চিনাক্তকৰণত সহায় হ’লহেঁতেন।

বিৰোধী দলবোৰে এইবুলি অভিযোগ কৰিছিল যে বিধেয়ক খনে নাগৰিকসকলৰ ব্যক্তিগত তথ্য নিৰীক্ষণ কৰাটো সহজ কৰি তুলিব।

বিধেয়কখন ২০১৯ চনত প্ৰথমে বিশেষ পেনেললৈ প্ৰেৰণ কৰা হৈছিল। ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়কখনৰ বিৰুদ্ধে তেতিয়া বিৰোধী কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ কৰিছিল।

বিৰোধীয়ে এইবুলি দাবী কৰিছিল যে এই বিধেয়কে তথ্যৰ গোপনীয়তা ভংগ কৰি নাগৰিকসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ পূৰ্ণ আশংকা আছে।

Recent News

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

গুৱাহাটীৰ দম্পতীক লখিমপুৰত অবৈধভাৱে বিক্ৰী কৰা নৱজাতকক উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে   

গুৱাহাটীৰ দম্পতীক লখিমপুৰত অবৈধভাৱে বিক্ৰী কৰা নৱজাতকক উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd