• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গিনিজ বুকত নাম : চপষ্টিকৰে এক মিনিটত ৩৭টা ভাত খাই অভিলেখ বাংলাদেশী কন্যাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 23, 2024 7:37 pm
196
VIEWS
Share on FacebookShare on Twitter

গিনিজ বুকৰ নিয়ম অনুসৰি এবাৰত মাত্ৰ এটাহে ভাত তুলি লৈছিল যুৱতীগৰাকীয়ে। তেনেকৈয়ে ১ মিনিটত ৩৭ বাৰত ৩৭ টা ভাত খাই অভিলেখ ৰচিলে তেওঁ।

এই চপষ্টিকেৰে ভাত খাই অভিলেখ ৰচনা কৰিলে বাংলাদেশৰ এগৰাকী যুৱতীয়ে। ছুমাইয়া খান নামৰ যুৱতীগৰাকীয়ে চপষ্টিকৰে ১ মিনিটত ৩৭টা ভাত খাই এই অভিলেখ ৰচনা কৰে।

উল্লেখ্য যে ১ মিনিটত ৩৭ টা ভাত খোৱাৰ ভিডিঅ’টো গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ফেচবুক পেজত ১ লাখ ৭৮ হাজাৰতকৈ অধিক বাৰ চোৱা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আন এগৰাকী যুৱতী নুছৰত জাহান নিপাই এক মিনিটত চপষ্টিকৰে ২৭টা ভাত খোৱাৰ অভিলেখ গঢ়িছিল।

Recent News

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd