• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্নেহ বন্ধন! ভাতৃক বৃক্ক দান কৰি নতুন জীৱন দিলে ভনীয়েকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 6:37 pm
ফটো- সংগৃ্হীত

ফটো- সংগৃ্হীত

57
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ এগৰাকী জ্যেষ্ঠ ভগ্নীয়ে নিজৰ বৃক্ক দান কৰি ভাতৃক দিন নতুন। এই ঘটনাই ভাই-ভনীৰ মাজৰ স্নেহ বন্ধনৰ অপূৰ্ব নিদৰ্শনে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

প্ৰকাশিত তথ্য অনুসৰি গুজৰাটৰ গান্ধীনগৰৰ বাসিন্দা ৬০ বছৰীয়া কিৰণভাই পেটেলৰ বৃক্ক দুটা বিকল হৈ পৰাত তেওঁৰ জীৱন সংকটত পৰিছিল। দুবছৰ পূৰ্বে চিকিৎসকে এই সংবাদ দিয়াত তেওঁৰ পৃথিৱীখন ওলোটা হৈ পৰিছিল। ভাৰুচৰ এটা সাৰ কোম্পানীত কৰ্মৰত কিৰণভাই হঠাতে ডায়েলাইছিছৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল আৰু এজন দাতাৰ অপেক্ষাত আছিল। অষ্ট্ৰেলিয়াত থকা তেওঁৰ পুত্ৰ আৰু কন্যা দুয়োজনেই গভীৰ চিন্তাত পৰিছিল, আৰু তেওঁৰ পত্নীয়ে প্ৰাৰ্থনাৰ আশ্ৰয় লৈছিল। পৰিয়ালটোৱে এই সংকটৰ মাজত আগলৈ কি হ’ব সেই চিন্তাত সংগ্ৰাম কৰিবলগীয়া হৈছিল।

এই সংকটৰ মাজতে আশাৰ বিৰিঙাই কিৰণভাইৰ চাৰিগৰাকী জ্যেষ্ঠ ভগ্নীয়ে। তেওঁলোকে  স্বেচ্ছাই নিজৰ বৃক্ক দান কৰিবলৈ আগবঢ়ি আহিছিল। কানাডাৰ পৰা অহা জ্যেষ্ঠ ভগ্নীক বয়স আৰু উচ্চ ৰক্তচাপৰ বাবে  বৃক্ক দানৰ বাবে অযোগ্য ঘোষণা কৰিছিল। তৃতীয় গৰাকী ভগ্নীও অযোজ্ঞ ঘোষণা হয় কাৰণ তেওঁৰ জন্মগতভাবে মাত্ৰ এটা বৃক্ক আছে। সৰুজনী ভগ্নী ভৰিৰ অৱস্থাৰ বাবে আংশিকভাৱে অক্ষম হোৱাত অযোগ্য বুলি ধৰা হৈছিল।

অৱশেষত দ্বিতীয় জ্যেষ্ঠ ভগ্নী ৫৮ বছৰীয়া সুশিলাবেনক নিখুঁত মিল বুলি ঘোষণা কৰে। কোনো সংকোচ নকৰাকৈ তেওঁ অস্ত্ৰোপচাৰটো আগুৱাই নিবলৈ মান্তি হয়।

উল্লেখ্য যে আহমেদাবাদৰ চৰকাৰী বৃক্ক চিকিৎসালয় (IKDRC)ত এই প্ৰতিস্থাপন সফলতাৰে সম্পন্ন হৈছে। ডেৰ বছৰৰ পাছত কিৰণভাই এতিয়া সুস্থ আৰু সক্ৰিয় জীৱন যাপন কৰি আছে। বিগত তিনি বছৰত IKDRCত প্ৰায় ২০ গৰাকী ভগ্নীয়ে নিজৰ ভাতৃক বৃক্ক দান কৰা দেখা গৈছে, আৰু তিনিগৰাকী ভাতৃয়ে নিজৰ ভগ্নীক দান কৰিছে।

Recent News

বাংলাদেশী বিতাৰণক লৈ বিভ্ৰান্তি বাঢ়িছে! বিদেশী সমস্যা সমাধানৰ বাবে অজাপৰ ৫টা গুৰুত্বপূৰ্ণ দাবী

বংগোপসাগৰৰ অধিকাৰৰ দাবী মহম্মদ ইউনুছৰ! বংগোপসাগৰৰ সম্পদ আহৰণৰ পৰিকল্পনা

স্নেহ বন্ধন! ভাতৃক বৃক্ক দান কৰি নতুন জীৱন দিলে ভনীয়েকে

স্নেহ বন্ধন! ভাতৃক বৃক্ক দান কৰি নতুন জীৱন দিলে ভনীয়েকে

চিবিআইৰ ওপৰত আস্থা হেৰুৱাইছে আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ অভিভাৱকে! নতুন তদন্তকাৰী সংস্থাৰ দাবী

চিবিআইৰ ওপৰত আস্থা হেৰুৱাইছে আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ অভিভাৱকে! নতুন তদন্তকাৰী সংস্থাৰ দাবী

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd