• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গ্ৰেপ্তাৰ গুৱাহাটী বিশ্ববিঃৰ প্ৰাঃ ছাত্ৰনেতা, ‘আইনা’ৰ প্ৰাঃ উঃ সম্পাদক ||গ্ৰেনে’দ বিস্ফোৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 28, 2019 3:54 pm
Guwahati grenade blast: Former President of Gauhati University PGSU arrested

সঞ্জীৱ তালুকদাৰ।

2.6k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ শেহতীয়া গ্ৰেনে’দ বিস্ফোৰণত জৰিত থকাৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সংস্থাৰ প্ৰাক্তন সভাপতি তথা ‘আইনা’ আলোচনীৰ প্ৰাক্তন উপ সম্পাদক সঞ্জীৱ তালুকদাৰক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে।

আৰক্ষীৰ জিম্মাত থকা, বিস্ফোৰণটোৰ মূল অভিযুক্ত আলফা-স্বাধীন সদস্য বিজয় অসমৰ স্বীকাৰোক্তিৰ ভিত্তিত সঞ্জীৱক গ্ৰেপ্তাৰ কৰা বুলি জনাইছে আৰক্ষী আয়ুক্তই।

“বিজয় অসমৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই সঞ্জীৱক গ্ৰেপ্তাৰ কৰা হৈছে। আমি গম পাইছিলো আৰু তেওঁ স্বীকাৰ কৰিছে তেওঁৰ সৈতে পৰেশ বৰুৱাই ৫-৬ মিনিট কথা পাতিছিল। পৰেশ বৰুৱাই বিজয় অসমৰ লগত সঞ্জীৱক চিনাকি কৰাই দিছিল আৰু সঞ্জীৱে বিজয়ক খানাপাৰাৰ পৰা জালুকবাৰীলৈকে বাইকেৰে ঘূৰাইছিল। ঘটনা সংঘটিত হোৱা স্থানেৰেও পাৰ হৈ গৈছিল,” আয়ুক্ত দীপক কুমাৰে জনায়।

সঞ্জীৱক কিছু সময় পিছতে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব।

বৰ্তমান তেওঁক গীতানগৰ থানাত ৰখা হৈছে।

বাইহাটা চাৰিআলিৰ নিজ ঘৰৰ পৰা সোমবাৰে নিশা সঞ্জীৱক আটক কৰা হৈছে।

ধৃত সঞ্জীৱ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০১৬-১৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সভাপতি আছিল। তেওঁ ‘আইনা’ নামৰ মাহেকীয়া আলোচনীখনৰ উপ সম্পাদক ৰূপে কাম কৰিছিল যদিও বৰ্তমান আলোচনীখনৰ সৈতে জৰিত নাই।

লগতে পঢ়িব পাৰে– পুনৰ চাৰি দিনৰ আৰক্ষী জিম্মালৈ প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক

Recent News

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড! পৰকীয়া প্ৰেমৰ বাবেই পত্নী ৰূপালীক পংকজে দি আহিছিল শ্ল’ পয়জন

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

মধ্যপ্ৰদেশত লোমহৰ্ষক ঘটনা : জামু খাবলৈ নিয়াৰ চলেৰে ৪ বছৰীয়া ভগ্নীক ধৰ্ষণ ১৮ বছৰীয়া কিশোৰৰ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ হ’ল হিমন্তৰ বৃক্ষধ্বংসৰ অভিযান ; আমবাৰী-দীঘলীপুখুৰীৰ আৰু এডালো গছত দিব নোৱাৰিব হাত

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ হ’ল হিমন্তৰ বৃক্ষধ্বংসৰ অভিযান ; আমবাৰী-দীঘলীপুখুৰীৰ আৰু এডালো গছত দিব নোৱাৰিব হাত

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

এইকেইখন জিলাত আজি হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd