• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০দিন ধৰি নাই পানী যোগান : পানীত হাঁহ নচৰা অৱস্থা হৈছে মহানগৰবাসীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2023 10:16 am
193
VIEWS
Share on FacebookShare on Twitter

এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গুৱাহাটী মহানগৰবাসীয়ে। আজি ১০ দিন ধৰি পানী যোগান দিব পৰা নাই গুৱাহাটী পৌৰ নিগমে। এফালে প্রচণ্ড গৰমৰ আৰু পানীৰ তীব্র নাটনিয়ে নগৰবাসীক বাৰুকৈয়ে জুৰুলা কৰিছে।

এটুপি খোৱাপানী বিচাৰি শনিবাৰে গুৱাহাটীৰ কেইবাটাও অঞ্চলৰ বাসিন্দাই হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। পানীৰ নাটনিৰ বাবে উৎকট গৰমতো বহু লোক গা-ধোৱা, কাপোৰ ধোৱাৰ লগতে পিয়াহ গুচাবলৈকো হাহাকাৰ কৰি ফুৰিব লগা হৈছে।

নগৰবাসীক পানী যোগান ধৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে গুৱাহাটী পৌৰ নিগম আৰু জলব’ৰ্ড । এই দুই বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাতে বিগত প্রায় ১০ দিন ধৰি গুৱাহাটীৰ ভালেকেইটা অঞ্চলৰ বাসিন্দাই লাভ কৰা নাই খোৱা পানী। 

বিশেষকৈ পানীৰ অভাৱত জু-ৰোডসহ ইয়াৰ দাঁতিকাষৰীয়া অম্বিকাগিৰী নগৰ, নাৰিকলবস্তি, বামুণীমৈদাম, হাতীগড় চাৰিআল আদি অঞ্চলৰ লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। 

প্রাপ্ত খবৰমতে যোৱা ২৫ মে’ত খাৰঘুলিস্ত পানীৰ পাইপ ফাটি সৃষ্টি হোৱা জলবিস্ফোৰণৰ পিচৰে পৰাই অর্থাৎ ২৬ মে’ৰ পৰাই উল্লিখিত অঞ্চলৰ লগতে আন কেইবাটাও স্থানৰ বাসিন্দাই পানী লাভ কৰা নাই। এনেদৰে ১০ দিন ধৰি পানী নোপোৱাত ক্ষোভত ফাটি পৰা উক্ত অঞ্চলৰ বাসিন্দাসকলে বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ জলব’ৰ্ডক কেইবাবাৰো আবেদন কৰিছে যদিও আজিপৰ্যন্ত কোনো সঁহাৰি লাভ কৰা নাই। 

চৰকাৰী পানী যোগান আঁচনি বাদেই, আনকি ব্যক্তিগতভাবেও পানী কিনিবলৈ পোৱা নাই বাসিন্দা সকলে। ক’ৰবাত পানী কিনিবলৈ পালেও তিনিগুণ, চাৰিগুণ পৰ্যন্ত দাম ভৰিবলগা হৈছে লোকসকলে। 

উল্লেখ্য যে অনতি বিলম্বে মহানগৰীত পানী যোগান নিদিলে পৌৰ নিগম, জলবৰ্ড তথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছে পানীৰ পৰা বঞ্চিত নাগৰিক সকলে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd