• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত পদত ৰাজীৱ কুমাৰৰ স্থানত এইবাৰ জ্ঞানেশ কুমাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 18, 2025 8:41 am
244
VIEWS
Share on FacebookShare on Twitter

দেশৰ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল উকলি যোৱাৰ পিছত এইবাৰ সেই পদত নিযুক্ত হ’ল জ্ঞানেশ কুমাৰ। তেওঁ ৰাজীৱ কুমাৰৰ ঠাইত বহিল। ইয়াৰ পূৰ্বে তেওঁ কেন্দ্রীয় চৰকাৰৰ বিভিন্ন মন্ত্র্যালয়ত গুৰুত্বপূৰ্ণ পদ চম্ভালিছিল৷ অহা ১৯ ফেব্ৰুৱাৰী বুধবাৰৰ পৰা তেওঁৰ কাৰ্যকাল আৰম্ভ হ’ব।

জ্ঞানেশ কুমাৰক বাছনি সমিতিৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। কমিটীত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিৰোধী দলপতি ৰাহুল গান্ধী। এই সন্দৰ্ভত সোমবাৰেও এখন বৈঠক অনুষ্ঠিত হয়। পিছত তেওঁৰ নাম ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায় আৰু তেওঁ নিযুক্ত হয়।

জ্ঞানেশ কুমাৰ ১৯৮৮ বেচৰ কেৰেলাৰ কেডাৰৰ আই এ এছ বিষয়া। তেওঁ উত্তৰ প্ৰদেশৰ বাসিন্দা। আই আই টি কানপুৰৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত বি টেক সম্পূৰ্ণ কৰি তাৰ পিছত অৰ্থনীতি বিষয়ত অধ্যয়ন কৰে। বিজনেছ ফাইনেন্স অধ্যয়ন কৰাৰ পিছত তেওঁ হাৰ্ভাৰ্ডলৈ গৈ অধ্যয়ন কৰে।

তেওঁ ২০১৯ চনৰ আগষ্ট মাহত ৩৭০ অনুচ্ছেদ সন্দৰ্ভত চৰকাৰে লোৱা সিদ্ধান্তত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ একাধিক মন্ত্ৰালয় চম্ভালিছে।

অহা ২০২৯ চনলৈকে তেওঁ এই পদত থাকিব। পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা তেওঁৰ নেতৃত্বত হ’ব বুলি অনুমান কৰা হৈছে।

Recent News

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

খাদ্য খোৱাৰ পাছত মাত্ৰ ২ মিনিট খোজ কাঢ়িলেই পাব আচৰিত ফলাফলঃ নতুন গৱেষণাৰ দাবী

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd