• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৩ বছৰৰ বিৰতিৰ মূৰত পুনৰ পথত দৌৰিবলৈ সাজু ‘বাজাজ চেতক’

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2019 12:22 pm
bajaj chetak
28.2k
VIEWS
Share on FacebookShare on Twitter

‘হামাৰা বাজাজ’ শব্দটোৱে হয়তো সকলোকে বাজাজ চেতকৰে কৰা মধুৰ যাত্ৰাৰ সেই দিনবোৰলৈ মনত পেলায় দিয়ে। এসময়ৰ ভাৰতৰ ৰাস্তা-ঘাটে সৰ্বাধিক চলা স্কুটাৰ আছিল এই চেতক।

দুচকীয়া বাহনক প্ৰত্যাহ্বান জনাবলৈ ইতিমধ্যে সাজু হৈছে বাজাজ। কিয়নো কম্পেনিটোৱে অতি শীঘ্ৰে সকলোৰে পচন্দৰ এই স্কুটাৰখন ভাৰতৰ বজাৰত পুনৰ মুকলি কৰিব।

কম্পেনিৰ ফালৰ পৰা জানিব পৰা অনুসৰি এইবাৰ সম্পূৰ্ণ নতুন ষ্টাইলত আহিব চেতক। স্কুটাৰখন অটো গিয়াৰ কৰাৰ সম্ভাৱনাই সৰ্বাধিক।

ইফালে একাংশৰ মতে বাজাজৰ এই নতুন স্কুটাৰখন দেখিবলৈ প্ৰায় আগৰ দৰেই হ’ব। কেৱল মডাৰ্ণ লুক এটা দিয়াৰ বাবে স্কুটাৰখনত এলয় হুইল, আগত আৰু পিছত ডিস্ক ব্ৰেক আৰু হেড লাইটটো এল ই ডি দিয়াৰ সম্ভাৱনা আছে।

বাজাজৰ এই নতুন ইলেক্ট্ৰিক বাহনখনৰ সবিশেষ এতিয়াও ভালদৰে জানিব পৰা হোৱা নাই যদিও কম্পেনিয়ে ইয়াক ছেপ্তেম্বৰ মাহতে মুকলি কৰাৰ পৰিকল্পনাত আছে। কিন্তু মুকলিৰ তাৰিখ এই পৰ্যন্ত খাটাং হোৱা নাই।

উল্লেখ্য যে ২০০৬ চনত ৰাহুল বাজাজৰ পুত্ৰ ৰাজীৱ বাজাজে কম্পেনিৰ দায়িত্ব লোৱাৰ পাছতে স্কুটাৰৰ উৎপাদন বন্ধ কৰি দিছিল।

নৱ প্ৰজন্মৰ মাজত স্কুটাৰৰ পৰিৱৰ্তে বাইকৰ চাহিদা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য কৰি স্কুটাৰৰ নিৰ্মাণ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল ৰাজীৱ বাজাজে। কিন্তু পুত্ৰৰ এই সিদ্ধান্তক মুঠেও সমৰ্থন জনোৱা নাছিল পিতৃ ৰাহুল বাজাজে।

মন কৰিব লগীয়া যে ভাৰতত চাৰিচকীয়া বাহনৰ তুলনাত দুচকীয়া বাহনৰ বিক্ৰী বেছি। শেহতীয়াভাৱে দুচকীয়া বাহনৰ ক্ষেত্ৰতো মটৰ চাইকেলৰ তুলনাত স্কুটাৰৰ বিক্ৰী অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। আৰু এই বিলাক কাৰকৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাজাজে নতুনকৈ বজাৰত মুকলি কৰিবলৈ সাজু হৈছে স্কুটাৰ।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd