• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানত পৰিৱৰ্তনৰ লহৰ! প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ পুত্ৰ হামজা শ্বাহবাজ হ’ল পাঞ্জাৱ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2022 8:14 am
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফ আৰু তেওঁৰ পুত্ৰ পাঞ্জাৱ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হামজা শ্বাহবাজ।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফ আৰু তেওঁৰ পুত্ৰ পাঞ্জাৱ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হামজা শ্বাহবাজ।

289
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ ৰাজনীতিত পৰিৱৰ্তনৰ লহৰ আৰম্ভ হৈছে! শ্বাহবাজ শ্বৰিফ দেশখনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত এইবাৰ পাঞ্জাৱ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে পাকিস্তান মুছলীম লীগ-নৱাজৰ (পিএমএল-এন)নেতা হামজা শ্বাহবাজ। তেওঁ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ পুত্ৰ ।

শনিবাৰে সদনত এক হুলস্থুলীয়া পৰিস্থিতিৰ পিছত হামজা শ্বাহবাজক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়।

হামজা শ্বাহবাজে ১৯৭টা ভোট লাভ কৰি নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। ইয়াৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী পাৰভেজ এলাহীয়ে কোনো ভোট লাভ নকৰিলে। কিয়নো তেওঁৰ দল পিএমএল-কিউ আৰু পিটিআই-য়ে এই নিৰ্বাচন বৰ্জন কৰে।

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই?

ইয়াৰ পূৰ্বে ভোটগ্ৰহণৰ আগমুহূৰ্তত সংসদত উপাধ্যক্ষ দোস্ত মহম্মদ মাজাৰিক আক্ৰমণ কৰাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পিটিআই দলৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰা হয়।

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰি উপাধ্যক্ষ মাজাৰিয়ে কয় যে এই দিনটোৱে গণতন্ত্ৰৰ সফলতাক তুলি ধৰে। তদুপৰি, হুলস্থুলীয়া পৰিস্থিতিৰ পিছতো ভোটদানত অংশ লোৱা সাংসদসকলৰ ইতিবাচক ভূমিকাৰ তেওঁ শলাগ লয়।

লগতে পঢ়ক: সাম্প্ৰদায়িক হিংসাকলৈ মৌন মোদী: ১৩ বিৰোধী দলৰ নেতাৰ বিবৃতি প্ৰকাশ

হামজা শ্বাহবাজ পাঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱা পৰিয়ালৰ তৃতীয়গৰাকী সদস্য হিচাপে চিহ্নিত হৈছে। ইয়াৰ পূৰ্বে তেওঁৰ পিতৃ শ্বাহবাজ শ্বৰিফ আৰু তেওঁৰ খুড়াক প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফ পাঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল।

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd