• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাম্প্ৰদায়িক হিংসাকলৈ মৌন মোদী: ১৩ বিৰোধী দলৰ নেতাৰ বিবৃতি প্ৰকাশ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 16, 2022 8:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মৰ নামত সমাজক ভাগ ভাগ কৰি ৰাজনীতিৰ মৌজোল খাই থাকিব বিচৰা একাংশ নেতাৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ উঠিছে দেশৰ তেৰটাকৈ ৰাজনৈতিক দল।

সেই দলসমূহৰ ভিতৰত কংগ্ৰেছ, তৃণমূল কংগ্ৰছকে ধৰি আন কেইবাটাও দল আছে।

Apply Now

সাম্প্ৰাদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা ঘটনা ৰোধ কৰিবলৈ মোদীৰ মন্তব্যৰ প্ৰয়োজনীয়তা অনুভৱ কৰিও হতাশ হ’বলগীয়া হৈছে এই তেৰটা বিৰোধী ৰাজনৈতিক দলৰ নেতাসক। সেইবাবেই আজি তেওঁলোকে মোদীৰ মৌনতাক ধিক্কাৰ দি এক বিবৃতি প্ৰকাশ কৰে।

বিবৃতিটো দেশত শেহতীয়াকৈ ঘটা সাম্প্ৰাদায়িক ঘটনাসমূহকলৈ উদ্বেগ প্ৰকাশ কৰা হৈছে। বিবৃতিটোত স্বাক্ষৰ কৰা সকলৰ ভিতৰত অন্যতম কেইগৰাকীমান নেতা-নেত্ৰী হৈছে ক্ৰমে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী, এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ,তামিলনাডু আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে এম কে ষ্টেলিন আৰু হেমন্ত সোৰেনে আদি।

বিবৃতিটোত কোৱা হৈছে—’আমি প্ৰধানমন্ত্ৰীৰ নীৰৱতাত হতবাক হৈছো, যিসকলে গোড়ামিৰ ধাৰণা বিয়পাই দিছেতেওঁলোকৰ কথা আৰু কাৰ্যৰ বিৰুদ্ধে মোদীয়ে এষাৰো মাত মতা নাই। কিছুমান গোড়া লোকৰ কথা আৰু কাৰ্য্যই আমাৰ সমাজক উত্তেজনাৰ সৃষ্টি কৰে। আমি বিভেদকামী মতাদৰ্শৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিশ্ৰুতিবদ্ধ’।

উল্লেখ্য ইয়াৰ পূৰ্বেও ঘৃণা ভৰা ভাষণৰ বিৰুদ্ধে শতাধিক লোকে মোদীলৈ চিঠি লিখিছিল।

হৰিদ্বাৰত অনুষ্ঠিত ‘ধৰ্ম সংসদ’ত একাংশ বক্তাই দিয়া উচটনিমূলকআৰু ঘৃণা ভৰা ভাষণক দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সশস্ত্ৰ বাহিনীৰ পাঁচজন প্ৰাক্তন মুৰব্বী আৰু আমোলাসহ আন কেইবাজনো বিশিষ্ট নাগৰিকে শেহতীয়াকৈ ঘৃণামূলক ভাষণৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছিল আৰু এই বিষয়ত উপযুক্ত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল।

পত্ৰ খনত শেহতীয়াকৈ হৰিদ্বাৰত এক অনুষ্ঠানত কৰা সাম্প্ৰদায়িক মন্তব্যৰ কথা উল্লেখ কৰা হৈছিল আৰু এনে ধৰণৰ প্ৰৰোচনামূলক মন্তব্যই দেশত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বুলি আশংকা কৰা হৈছিল।

পত্ৰ খনত কোৱা হৈছিল —’আমি ঘৃণা ভৰা এনে ধৰণৰ হিংসাত্মক প্ৰৰোচনাক সমৰ্থন জনাব নোৱাৰো – এনে মন্তব্য সমূহে আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। তেওঁলোকে লগতে কয়, ” সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ৰাষ্ট্ৰৰ ভিতৰত যিকোনো শান্তি আৰু সম্প্ৰীতি ভংগ হ’লে সেই কাৰ্যই বাহ্যিক শক্তিক উৎসাহিত কৰিব।”

পত্ৰখনত স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছিল নৌসেনাৰ প্ৰাক্তন মুৰব্বী এডমিৰেল (অৱসৰপ্ৰাপ্ত) এল ৰামদাস, এডমিৰেল (অৱসৰপ্ৰাপ্ত) বিষ্ণু ভাগৱত, এডমিৰেল (অৱসৰপ্ৰাপ্ত) অৰুণ প্ৰকাশ আৰু এডমিৰেল (অৱসৰপ্ৰাপ্ত) আৰ কে ধাৱান আদি ব্যক্তিসকল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd