• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱসান ‘ৰোহিত’ যুগৰ: মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক হিচাপে নিযুক্ত পাণ্ডিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2023 6:57 pm
Hardik Pandya Rohit Sharma Mumbai Indians
7k
VIEWS
Share on FacebookShare on Twitter

আকস্মিকভাৱে আজি মুম্বাই ইণ্ডিয়ানছত অৱসান ঘটিল দশক যোৰা ‘ৰোহিত শৰ্মা যুগ’ৰ। কেৱল মুম্বাই ইণ্ডিয়ানছৰে নহয়, আই পি এল ইতিহাসৰে শ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হোৱা ৰোহিত শৰ্মা আগন্তুক ছিজনত নাথাকিব ফ্ৰেন্সাইজিটোৰ অধিনায়ক হিচাপে।

ৰোহিত শৰ্মাৰ স্থানত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে স্থলাভিষিক্ত হৈছে অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া। লক্ষণীয়ভাৱে আগন্তুক ছিজনৰ প্ৰাকমুহূৰ্তত গুজৰাট টাইটানছৰ পৰা মুম্বাই ইণ্ডিয়ানছলৈ আশ্বৰ্যকৰভাৱে বাণিজ্যিক স্থানান্তৰ ঘটিছিল পাণ্ডিয়াৰ।

মুম্বাইৰ পৰাই আই পি এল কেৰিয়াৰ আৰম্ভ কৰা হাৰ্দিকে যোৱা দুটা ছিজনত গুজৰাট টাইটানছৰ নেতৃত্ব দি লাভ কৰিছিল সফলতা। অভিষেক ছিজনতে পাণ্ডিয়াৰ নেতৃত্বত গুজৰাটে খিতাপ জয় কৰাৰ পৰিৱৰ্তে বিগত ছিজনত হৈছিল ৰাণাৰ্চ আপ।

এতিয়া নিজৰ পুৰণি ফ্ৰেন্সাইজিলৈ পুনৰ ঘূৰিয়ে হাৰ্দিক পাণ্ডিয়াই অধিনায়ক হিচাপে দায়িত্ব বহন কৰিব। দলটোৰ প্ৰশিক্ষক মাহেলা জয়াৱৰ্ধনেই মুম্বাই ইণ্ডিয়ানছে ভৱিষ্যতৰ বাবে সাজু হোৱাৰ যি পদ্ধতি তাৰে অংশ বুলি মন্তব্য কৰে।

তেওঁ লগতে ফ্ৰেন্সাইজিটোত ৰোহিত শৰ্মাৰ বৰ্ণিল নেতৃত্বগত কৃতিত্বৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰে আৰু ২০১৩ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে তেওঁৰ কাৰ্যকাল অসাধাৰণ বুলি মন্তব্য কৰে।

উল্লেখ্য যে, ২০১৩ চনৰ আই পি এলৰ মাজভাগত ৰিকি পণ্টিঙৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে দায়িত্ব লয় ৰোহিতে আৰু ফাইনেলত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি দলটোক প্ৰথমটো আই পি এল খিতাপৰ সোৱাদ দিয়ে।

একেটা বৰ্ষতে ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে চেম্পিয়নছ লীগৰ খিতাপো দখল কৰে। গত এটা দশক দলটোক নেতৃত্ব দিয়া ৰোহিত শৰ্মাৰ তত্বাৱধানতে মুম্বায়ে ৫টা আই পি এল খিতাপ দখল কৰিছে।

এইদৰে চেন্নাই ছুপাৰ কিংছৰ সৈতে প্ৰতিযোগিতাখনৰ ইতিহাসত যৌথভাৱে সফল দল তথা অধিনায়ক হিচাপে পৰিগণিত হয় ৰোহিত। তাৰকাগৰাকীয়ে মুম্বাই ইণ্ডিয়ানছক মুঠ ১৫৮ খন মেচত নেতৃত্ব দি ৮৭ খনত বিজয়ৰ মুখ দেখিছিল।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd