• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মই কেইবাসপ্তাহো নিজৰ মুখ চোৱা নাই: মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ৰসিকতা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2020 8:54 pm
trump-twitter

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ফটো: টুইটাৰ

7.2k
VIEWS
Share on FacebookShare on Twitter

এমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বোলে যোৱা কেইবাসপ্তাহ ধৰি নিজৰ মুখ স্পৰ্শ কৰা নাই।

মুকলিমূৰীয়া মত প্ৰকাশৰ বাবে জনাজাত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই মন্তব্য আছিল ক’ৰোনাভাইৰাছক লৈ দিয়া এক ৰসিকতাপূৰ্ণ টীপ্পনী।

বাতৰি মতে, হোৱাইট হাউছৰ ক’ৰোনাভাইৰাছ সম্পৰ্কীয় সমন্বয়ৰক্ষী দেবৰা বাৰ্ক্সে এক আলোচনাত ভাইৰাছবিধৰ পৰা আঁতৰি থকাৰ বাবে হাত ধোৱা, মুখখন চুই নথকা আদি দিহা দি আছিল।

ৰাষ্ট্ৰপতি ট্ৰাম্পে তেতিয়া প্ৰত্যুত্তৰত মন্তব্য কৰে, “মই মোৰ মুখখন সপ্তাহ, সপ্তাহ ধৰি স্পৰ্শ কৰা নাই। মই তাক মিছ কৰিছো।”

COVID-19 ভাইৰাছবিধৰ সংক্ৰমণ ৰোধ কৰাক লৈ বিমান পৰিবহণ সংস্থা আৰু প্ৰশাসনৰ মাজত সভাখন অনুষ্ঠিত হৈছিল।

বিমান পৰিবহণ কাৰ্য্যবাহীসকলে যাত্ৰীবাহী বিমানত তেওঁলোকে গ্ৰহণ কৰা বৰ্ধিত সুৰক্ষামূলক চাফাই ব্যৱস্থাৰ বিষয়ে অৱগত কৰিছিল।

Recent News

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ৮১খন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ৮১খন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd