• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘হাজাৰ উত্তৰতকৈ মোৰ মৌনতাই শ্ৰেষ্ঠ ’– মনমোহন সিঙলৈ গুৱাহাটীত দিলজিতৰ শ্ৰদ্ধাঞ্জলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2024 2:17 pm
238
VIEWS
Share on FacebookShare on Twitter

প্ৰখ্যাত গায়ক তথা অভিনেতা দিলজিৎ দোসাঞ্জে দেওবাৰে নিশা গুৱাহাটীত অনুষ্ঠিত কনচাৰ্ট প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নামত উৎসৰ্গা কৰি জীৱনৰ সৰলতা আৰু মৰ্যাদাপূৰ্ণ দৃষ্টিভংগীৰ প্ৰশংসা কৰে।

অনুষ্ঠানৰ ঠিক পূৰ্বে ৰাইজক সম্বোধন কৰি দিলজিতে কয়, ‘আজিৰ কনচাৰ্টটো প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰতি উৎসৰ্গিত। তেওঁ অতি সাধাৰণ জীৱন এটা কটালে, মই তেওঁৰ যাত্ৰাৰ কথা যদি কওঁ, তেওঁ কেতিয়াও কাৰো বিৰুদ্ধে এটা শব্দও কোৱা নাছিল, কোনোবাই তেওঁক সমালোচনা কৰিলেও, তেওঁ কেতিয়াও তেওঁলোকৰ বিৰুদ্ধে বেয়া কথা কোৱা নাছিল। ৰাজনীতিত এইটোৱেই আটাইতকৈ প্ৰত্যাহ্বানজনক কাম। লোকসভাত আমাৰ নেতাসকলে নাৰ্চাৰীৰ ল’ৰা-ছোৱালীৰ দৰে বা তাতোকৈ বেয়াকৈ যুঁজ দিয়ে। তেওঁ কেতিয়াও এটা শব্দও উচ্চাৰণ কৰা নাছিল বা কাৰো বিৰুদ্ধে যোৱা নাছিল, যিটো আমি তেওঁৰ পৰা শিকিব লাগিব।”

দিলজিতে আৰু সিঙক সন্মান জনাই এটা শ্বায়েৰী শ্বেয়াৰ কৰি উদ্ধৃতি দি কয়, “হাজাৰোন জৱাবো ছে মেৰী খামোছি আচ্চি, না জানে কিতনে সৱালোন কি ইজ্জত ৰখা।”

Recent News

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd