• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২.৫ লাখ গ্ৰাহকৰ সৈতে অসমত HDFC বেংকে সম্পূৰ্ণ কৰিলে ১৫টা বছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 13, 2019 7:47 pm
ফটো নৰ্থ-ইষ্ট নাও

ফটো নৰ্থ-ইষ্ট নাও

1.7k
VIEWS
Share on FacebookShare on Twitter

HDFC বেংকে আজি অসমত ১৫ বছৰ সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰে। বুধবাৰে মহানগৰীৰ হোটেল লেণ্ড মাৰ্কত সম্বোধন কৰা সংবাদমেলত এই কথা ঘোষণা কৰে HDFC বেংকৰ কৰ্পৰেট কমিউনিকেশ্যনৰ উপাধ্যক্ষ ৰাজীৱ বেনাৰ্জীয়ে।

২০০৪ চনত গুৱাহাটীৰ জি এছ ৰোডত প্ৰথমটো কাৰ্য্যালয় আৰম্ভ কৰা বেংকটোয়ে বৰ্তমান অসমত ২.৫ লাখ গ্ৰাহকক সেৱা প্ৰদান কৰি আছে বুলি সংবাদমেলত বেনাৰ্জীয়ে উল্লেখ কৰে।

’৭২ টা শাখা আৰু ১২১ টা এ টি এমৰ সৈতে বেংকটোৱে অতিশয় দুৰ্গম অঞ্চলতো নিজৰ সেৱা বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। অসমৰ ২৭ খন জিলাত উপলব্ধ এই বেংক সেৱা।‘ বেনাৰ্জীয়ে সংবাদমেলত কয়।

তেওঁ লগতে কয় যে যোৱা ১৫ বছৰ ধৰি অসমৰ অৰ্থনৈতিক বিকাশ আৰু কৰ্ম সংস্থাপন সৃষ্টিত HDFC-এ অৱদান আগবঢ়াই আহিছে।

‘পৰিৱৰ্তন শীৰ্ষক এক কাৰ্য্যসূচীৰ জৰিয়তে এই বেংকে অসমৰ ১৫.৫৩ লাখ লোকৰ জীৱন প্ৰভাম্বিত কৰিবলৈ সক্ষম হৈছে।‘ বেনাৰ্জীয়ে কয়।

আনহাতে, সেই একেখন সংবাদমেলতে উপস্থিত থাকি বেংকটোৰ পূব আৰু উত্তৰ-পূব শাখাৰ বেংকিঙৰ মুৰব্বী সন্দীপ এছ কুমাৰে কয় ‘গ্ৰাহকে আমাৰ প্ৰতি দেখুওৱা বিশ্বাসৰ বাবে আমি তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ।‘

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd